--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাশ্বৰুম খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী। মাশ্বৰুমে মগজুৰ কোষ বিকশিত কৰে আৰু লগতে স্মৃতিশক্তি বৃদ্ধিতো সহায় কৰে। মাশ্বৰুম এনেকুৱা এক খাদ্য যাক বহু কম মানুহে খায়। কিন্তু কিছুমান মানুহৰ অতি প্ৰিয় মাশ্বৰুম। মাশ্বৰুমৰ উপকাৰিতাৰ কথা শুনি আপুনি আচৰিত হ’ব। মাশ্বৰুমত ভিটামিন, খনিজ পদাৰ্থ, ফাইভাৰ আদি উপাদান থাকে। যিবোৰ শৰীৰৰ বাবে উপকাৰী।

মাশ্বৰুম খোৱাৰ উপকাৰিতা-

১) ডায়েবেটিছ ৰোগী- ডায়েবেটিছ ৰোগীৰ বাবে মাশ্বৰুম অতি উপকাৰী। কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে খনিজ পদাৰ্থ আৰু আঁহ থাকে। ইয়াত ছুগাৰ আৰু কাৰ্বহাইড্ৰেট নাথাকে। যাৰ বাবে আপোনাৰ তেজত ছুগাৰৰ পৰিমাণ নিয়ন্ত্ৰণত থাকে।

২) মগজুৰ বাবে ভাল- মাশ্বৰুমে মগজু চোকা কৰাত সহায় কৰে। ইয়াক ব্যৱহাৰ কৰিলে স্মৃতিশক্তি চোকা হয়। আনহাতে, যদি আপুনি মানসিক চাপ আৰু টেনচনৰ বাবে অসুবিধা পায়, তেন্তে মাশ্বৰুম খাওক। ই আপোনাৰ মনটোৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে।

৩) ওজন হ্ৰাস কৰে- যদি আপুনি ওজন কমাব বিচাৰে তেন্তে খাদ্যত মাশ্বৰুম অন্তৰ্ভুক্ত কৰক। ইয়াত ভাল পৰিমাণৰ আঁহ থাকে, গতিকে ইয়াক খালে আপুনি বেছি দিনলৈ ভোক অনুভৱ নকৰে। 

৪) হজম শক্তি ভাল কৰে- মাশ্বৰুম আঁহৰ অন্যতম সমৃদ্ধ উৎস। ইয়াক সেৱন কৰিলে হজম শক্তি সম্পূৰ্ণ ভাল হৈ থাকে। 

৫) ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈ পৰে- মাশ্বৰুম খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়। ইয়াক সেৱন কৰিলে পৰিৱৰ্তিত বতৰত বাৰে বাৰে অসুস্থ হোৱাৰ পৰা হাত সাৰিব পাৰি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক