--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহাগ এটা মাহ- বহাগ মানেই ঢোল পেপাৰ গগনাৰ মাত, বহাগ মানেই চৌদিশে বিহু নামৰ জাত, বহাগ মানেই বিহু নাচ নাচিবলৈ ওলাই অহা শাৰী-শাৰী গাভৰুৰ জাক। বহাগ এটি লোক উৎসৱ। বৰ লুইতৰ পাৰৰ লোক উৎসৱ, অসমৰ ই জাতীয় উৎসৱ। বহাগ মাহ, ঋতু বসন্ত- যৌৱনৰ জীবন্ত প্ৰতীক। বসন্ত মাহ প্ৰকৃতিৰ যৌৱন, বসন্ত কালত ধৰিত্ৰী গাভৰু হয়, যৌৱনেই জীৱনৰ বসন্ত কালৰ দৰে, বসন্তৰ লগে লগে প্ৰকৃতিয়ে পৃথিৱীত সৃষ্টি কৰে উৎসৱ মূখৰ এক মধুৰ পৰিৱেশ। যৌৱন সূৰনভ উন্মাদনাত প্ৰাণে প্ৰাণে জাগি উঠে প্ৰেম প্ৰীতিৰ ভাবৰ লহৰ। 

বিহুৰ বুলি কলেই সাধাৰণতে আমাৰ মনলৈ আহে মঞ্চ বিহুৰ কথা। ১৯৫২ চনৰ লতাশিল খেলপথাৰত আৰম্ভ হোৱা মঞ্চ বিহুৱে আজিৰ তাৰিখতো মানুহৰ মনত সুকীয়া স্থান দখল কৰিছে। বিহুৰ সময়তে অসমৰ সকলো কলা-কুশলীয়ে নিজকে নতুন ৰূপত সজাই তোলে, মঞ্চত নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াই। সেই সময় এতিয়া সমাগত। আজি আমি লৈ আহিছো অসমৰ কেইগৰাকীমান জনপ্ৰিয় গায়কৰ তেওঁলোকে সংগীত পৰিৱেশ কৰা ঠাই আৰু তাৰিখসমূহ জনাবলৈ চেষ্টা কৰিম। উল্লেখ্য যে, অসমৰ বহু গায়ক-গায়িকাই অসমৰ উজনিৰ পৰা নামনিলৈকে গোটেই বহাগ মাহটোতে গীত পৰিবেশন কৰিব, কিছু অসুবিধাৰ বাবে আমি সকলোৰে নাম ইয়াত সন্নিৱিষ্ট কৰিব পৰা নাই।

জুবিন গাৰ্গ
১৫ এপ্ৰিল- আজাৰা/বৰাগাঁও
১৬ এপ্ৰিল- বঙাইগাঁও
১৭ এপ্ৰিল- লুইতপুৰিয়া
১৮ এপ্ৰিল- ৰঙিয়া
১৯ এপ্ৰিল- চেপন
২০ এপ্ৰিল- শিৱসাগৰ
২১ এপ্ৰিল- বৰচলা তেজপুৰ
২২ এপ্ৰিল- বেলতলা
২৩ এপ্ৰিল- বৰকা
২৪ এপ্ৰিল- শিৱসাগৰ
২৫ এপ্ৰিল- ঢেকিয়াজুলি
২৬ এপ্ৰিল- বৰপেটা
২৮ এপ্ৰিল- নামৰূপ
২৯ এপ্ৰিল- গোলাঘাট
৩০ এপ্ৰিল- শিৱসাগৰ

প্ৰিয়ংকা ভৰালী
১৫ এপ্ৰিল- নুনমাটি
১৬ এপ্ৰিল- লতাশিল/ খাৰঘুলি
১৭ এপ্ৰিল- গোৱালপাৰা
১৮ এপ্ৰিল- জাগিৰোড
১৯ এপ্ৰিল- তিনিচুকীয়া
২০ এপ্ৰিল- ঘগ্ৰাপাৰা
২১ এপ্ৰিল- চেঙা
২২ এপ্ৰিল- যোৰহাট
২৪ এপ্ৰিল- তেজপুৰ
২৫ এপ্ৰিল- মিছা
২৬ এপ্ৰিল- মৰিগাঁও
২৭ এপ্ৰিল- জাগিৰোড দেওশাল 
২৮ এপ্ৰিল- মৰিগাওঁ
২৯ এপ্ৰিল- ধুবুৰী
৩০ এপ্ৰিল- লুটুমা

নীল আকাশ
১৫ এপ্ৰিল- হাজো নাকুচি
১৬ এপ্ৰিল- লখৰা চাৰিআলি
১৭ এপ্ৰিল- হেলচা, নলবাৰী
১৮ এপ্ৰিল- চেপন, শিৱসাগৰ
১৯ এপ্ৰিল- বঙাইগাঁও
২০ এপ্ৰিল- তেজপুৰ, মাজগাঁও
২১ এপ্ৰিল- বিশ্বনাথ চাৰিআলি
২২ এপ্ৰিল- গোলাঘাট
২৩ এপ্ৰিল- শিমলুগুড়ি, শিৱসাগৰ 
২৪ এপ্ৰিল- লখিমপুৰ 
২৫ এপ্ৰিল- সৰুপথাৰ, গোলাঘাট
২৬ এপ্ৰিল- দিল্লী
২৭ এপ্ৰিল- সোণাৰি
২৮ এপ্ৰিল- নগাওঁ
২৯ এপ্ৰিল- মিৰ্জা
৩০ এপ্ৰিল- নাহৰকটিয়া

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ