--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইনষ্টাগ্ৰামত এটা পোষ্টৰ বাবে বিৰাট কোহলীয়ে কিমান টকা লয়? ১৪ কোটি টকা। ব’ৰ্ডৰ সৈতে বিৰাটৰ বাৰ্ষিক চুক্তি ৭ কোটি টকা। অৰ্থাৎ ভাৰতৰ হৈ ক্ৰিকেট খেলি বাৰ্ষিক টকাৰ দুগুণ টকা উপাৰ্জন কৰে মাত্ৰ এটা ইনষ্টাগ্ৰাম পোষ্টৰ পৰা।

ইনষ্টাগ্ৰামত ফটো আৰু ভিডিঅ’ পোষ্ট কৰিব পাৰি। বহু এজেন্সীয়ে চেলিব্ৰিটিৰ সৈতে চুক্তিবদ্ধ হৈ ইনষ্টাগ্ৰামত নিজৰ বিজ্ঞাপন পোষ্ট কৰে। তেনে এটা পষ্টৰ বাবে বিৰাটে ১৪ কোটি টকা লয়।

সমগ্ৰ বিশ্বতে এই তালিকাৰ শীৰ্ষত আছে ক্রিষ্টিয়ানো ৰোনাল্ডো। দ্বিতীয় স্থানত আছে লিয়নেল মেছি। এটা পষ্টৰ বাবে ভাৰতীয় মুদ্ৰাত ২৬ কোটি ৭৫ লাখ টকা লয় ৰোনাল্ডোৱে। মেছিয়ে লয় ২১ কোটি ৪৯ লাখ টকা।

এই তালিকাৰ শীৰ্ষ ২০ ৰ ভিতৰত বিৰাট একমাত্ৰ ভাৰতীয়। ইনষ্টাগ্ৰামত তেওঁৰ ২৫৬ মিলিয়নতকৈ অধিক ফ’ল’ৱাৰ আছে। বিৰাটৰ পিছত প্ৰিয়ংকা চোপ্ৰা ভাৰতীয়ৰ ভিতৰত ইনষ্টাগ্ৰামৰ পৰা সৰ্বাধিক উপাৰ্জনকাৰী। তেওঁ ৪ কোটি ৪০ লাখ টকা লাভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
Advertisement