--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ মজিয়াত বহু বিবাহ বিচ্ছেদৰ উদাহৰণ আছে কিন্তু কিছুমান সম্পৰ্ক ইয়াৰ মাজতো সফল৷শেহতীয়াকৈ সামাজিক মাধ্যমত অভিনেত্ৰী কাজল আৰু অজয় দেৱগনৰ সম্পৰ্কত কিছু তিক্ততা অহাৰ কথা পোহৰলৈ৷আহিছিল কিন্তু এই বাতৰিক নস্যাৎ কৰিছে কাজলে৷বৰ্তমান লাষ্ট ষ্ট’ৰীজ ২ত এক কঠিন চৰিত্ৰ ৰূপায়ণৰ পাছত কাজলে ট্ৰেইলৰ মুক্তিৰ বাবে সাজু হৈছে য’ত তেওঁক আগতে কেতিয়াও দেখা নোপোৱা অভিনয়েৰে দৰ্শকক আকৰ্ষণ কৰাৰ প্ৰতিশ্ৰুতি দিছে। তাৰকা অভিনেত্ৰীগৰাকীয়ে জুম টিভিৰ সৈতে এক এক্সক্লুছিভ হাৰ্ট টু হাৰ্ট ইণ্টাৰভিউৰ বাবে বহি কেইবাটাও কথাৰ ওপৰত নিজৰ মতামত শ্বেয়াৰ কৰে।

অজয় দেৱগনৰ সৈতে সুখী বিবাহিত কাজোলে হাস্যৰসৰ গুৰুত্বৰ বিষয়ে কয় যে ইয়াত মাত্ৰ আপোনাৰ দৃষ্টিভংগী সলাই দিয়াৰ এটা সহজ উপায় আছে আৰু ইয়াৰ দ্বাৰা আপোনাৰ বেয়া পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাটো অতি সহজ হৈ পৰে। কাজলে শ্ব’টোৰ ৰুদ্ৰানী চট্টোৰাজক কয়, "বিবাহ মানেই আপোনাৰ জীৱনৰ প্ৰতিটো দিনেই কাম। মই সেই কথা বাৰে বাৰে কৈছো আৰু মই ভাবো অজয়ে সেই বিষয়ে মোৰ লগত একমত, আমি দুয়োজনে প্ৰতিদিনে ইয়াত কঠোৰ পৰিশ্ৰম কৰিব লাগিব।"

ইয়াৰ উপৰিও অবিশ্বাসৰ ওপৰত নিজৰ মতামত শ্বেয়াৰ কৰি তাই কয় যে, মই অনুভৱ কৰোঁ যে অবিশ্বাস্যতাই সঁচাকৈয়ে সম্পৰ্ক বিচ্ছিন্ন হোৱাৰ মূল কাৰণ। সম্পৰ্কত বহুতো কথা আছে যিবোৰৰ ওপৰত অবিশ্বাস অহাৰ আগতেই মই আপত্তি কৰো।সেইটোৱেই সম্পৰ্ক এটাৰ মূলমন্ত্ৰ৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক