--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা সময়ত দুয়োৰে মাজত সম্পৰ্ক আছিল। কিন্তু সেই সম্পৰ্ক বেছি দিন নাথাকিল। সময়ৰ লগে লগে ছলমান খান আৰু কেটৰিনা কাইফৰ পথ বিচ্ছিন্ন হৈ পৰিছে। কিন্তু তাৰ পিছতো তেওঁলোকে একেলগে কাম কৰিছিল। দুয়োৰে সম্পৰ্কৰ এটা দুৰ্বল মুহূৰ্তৰ ওপৰত পোহৰ পেলায় পৰিচালক কবীৰ খানে।

‘টাইগাৰ’ ফ্ৰেঞ্চাইজিৰ প্ৰথমখন ছবি আছিল ‘এক থা টাইগাৰ’। এই ছবিখনত ছলমান-কেটৰিনাই টিম আপ কৰিছিল। টাইগাৰ-জোয়া যুটিটো দৰ্শকে ভাল পাইছিল। কিন্তু শ্বুটিঙৰ সময়ত দুয়োৰে মাজত পৰ্দাৰ আঁৰৰ ৰসায়ন বিজ্ঞান অলপ অস্বস্তিকৰ আছিল। এই ঘটনা পোহৰলৈ আনিছিল ছবিখনৰ পৰিচালক কবীৰ। শেহতীয়াকৈ এই ছবিখনৰ কাষ্টিঙৰ বিষয়ে কোৱা এটা সাক্ষাৎকাৰত কবীৰে কয় যে, “তেওঁলোকৰ ব্ৰেকআপ হৈছিল আৰু ইজনে সিজনৰ লগত বৰ আৰামদায়ক নাছিল।”

পিছত ছবিখনৰ ছিকুৱেলৰ সময়ত ছলমানক সোধা হৈছিল যে জোয়াৰ চৰিত্ৰৰে যদি বেলেগ এখন ছবি নিৰ্মাণ কৰা হয় তেন্তে তেওঁ কি ভাল পাব। উত্তৰত ভাইজান ক'লে, "হয়তো।" কিন্তু জোয়া টাইগাৰ অবিহনে অসম্পূৰ্ণ! গতিকে টাইগাৰে জোয়াক ৰক্ষা কৰিবলৈ আহিব লাগিব, যদিও গোটেই ছবিখনত নহয় কিন্তু ছবিখনৰ ক্লাইমেক্সত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী