--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰকৃতি সঁচাকৈয়ে বিচিত্ৰ। এগৰাকী মহিলাই জন্ম একেসময়তে জন্ম দিলে ছটিকৈ সন্তান! পা কিস্তানৰ ৰাৱালপিণ্ডিত ঘটিছে  আশ্চৰ্যজনক ঘটনাটো। পাকিস্তানৰ  মহিলাগৰাকীয়ে সকলোকে আচৰিত কৰি  একেলগে ৬  টা সন্তান জন্ম দিয়ে।  চিকিৎসকৰ মতে  মহিলা আৰু নৱজাতক  দুয়ো স্বাস্থ্যৱান হৈ আছে ।

 প্ৰসৱবেদনাৰ বাবে মহিলাগৰাকীক বৃহস্পতিবাৰে নিশা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। দীঘলীয়া অস্ত্ৰোপচাৰৰ পিছত মহিলাগৰাকীয়ে  ৬  টা সন্তান জন্ম দিয়ে। মহিলাগৰাকীয়ে জন্ম দিয়া নৱজাতকৰ ভিতৰত  ৪ জন ল'ৰা আৰু ২ জনী ছোৱালী । তেওঁক এতিয়াও আইচিইউত পৰ্যবেক্ষণত ৰখা হৈছে। বৃহস্পতিবাৰে, প্ৰসৱবেদনাৰ পিছত স্বামী ৱাহিদে  মহিলাগৰাকীক ৰাৱালপিণ্ডিৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱায়। 

 চিকিৎসকে কৈছে যে এয়া  সাধাৰণ প্ৰসৱ নহয়, ইয়াত বহু  জটিলতা আছিল। এই অলৌকিক ঘটনাৰ পিছত চিকিৎসক আৰু কৰ্মচাৰীসকল বহুত সুখী বুলি উল্লেখ কৰে। "ঈশ্বৰে অৱশেষত মাতৃ আৰু শিশুসকলৰ জীৱন ৰক্ষা কৰিছে," চিকিৎসকে  কয়। চিকিৎসকৰ মতে  ৪.৭ বিলিয়নলোকৰ ভিতৰত মাত্ৰ এজনেৰ ক্ষেত্ৰতহেএনে ঘটনা ঘটে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক