--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী পাকিস্তানী মহিলাই কেৱল এটা বা দুটা নহয়, একেলগে  ছটা সন্তান জন্ম দিলে। জানিব পৰা মতে,  ১৯ এপ্ৰিলত জিনাত ৱাহিদে চাৰিজন পুত্ৰ আৰু দুগৰাকী কন্যা সন্তান জন্ম দিয়ে। এঘণ্টাৰ ভিতৰতে ছটা সন্তান জন্ম দিলে। পুত্ৰ কন্যা সন্তান জন্ম দি হৃদয় আনন্দিত হৈ পৰিছে ৱাহিদৰ পৰিয়াল।

প্ৰসৱৰ বিষৰ বাবে বৃহস্পতিবাৰে নিশা ৱাহিদাক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। ডাক্তৰ জাফৰে কয় যে মাতৃ আৰু তেওঁৰ সন্তান সকলো সুস্থ। হাস্পতালৰ ছুপাৰ ডাক্তৰ ফাৰ্জানাই কয় যে নৱজাতকক ইনকিউবেটৰত ৰখা হৈছে। একেলগে ইমানবোৰ সন্তান জন্ম দিয়াটো অতি বিৰল। চিকিৎসকৰ মতে, ৪৫ লাখৰ ভিতৰত এজনৰ এই ৰোগ।

চিকিৎসালয়ৰ সূত্ৰ অনুসৰি নৱজাতকক ইনকিউবেটৰত ৰখা হয় যদিও সকলো সুস্থ। অস্ত্ৰোপচাৰৰ সময়ত কেইবাটাও সমস্যাৰ সৃষ্টি হোৱা বুলি চিকিৎসালয়ৰ অধীক্ষকে জানিবলৈ দিয়ে। কিন্তু ইয়াক চম্ভালি দিয়া হয়। ৱাহিদা আৰু তেওঁৰ সন্তানৰ অৱস্থা নিৰীক্ষণৰ বাবে এটা চিকিৎসা দলো গঠন কৰা হৈছে বুলি চিকিৎসালয়ৰ অধীক্ষকে জানিবলৈ দিয়ে।

চিকিৎসালয়ৰ সূত্ৰ অনুসৰি ৱাহিদাৰো কিছু শাৰীৰিক সমস্যা আছে। চিকিৎসাধীন হৈ আছে। চিকিৎসালয়ৰ অধীক্ষকে শীঘ্ৰে সমস্যা সমাধান হ’ব বুলি আশা প্ৰকাশ কৰে। তেওঁৰ মতে, ই এক ডাঙৰ সফলতা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক