--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউডৰ অন্যতম তাৰকা হৈছে ছলমান খান। বলীউড জগতখনত তেওঁ আৰু তেওঁৰ পৰিয়ালৰ সকলো জনপ্ৰিয়। তেওঁৰ ভাতৃ আৰবাজ খানেও একেদৰেই বলীউড জগতত নিজৰ নাম উজলাইছে। ডাবাংগ বা আন বলীউডৰ ছুপাৰহিট চিনেমা তেওঁৰ পৰিচালনা আৰু প্ৰযোজনা। অৱশ্যে তেওঁৰ ব্যক্তিগত জীৱনৰ চৰ্চা বহু ব্যাপক। মালাইকা অৰোৰাৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পাছত তেওঁৰ জীৱন বহু সলনি হৈছে।যিহেতু মলাইকাৰ এতিয়া অৰ্জুন কাপুৰৰ সৈতে সম্পৰ্কত আছে, আৰবাজ খানৰ জীৱনলৈও আহিছে এগৰাকী নতুন নাৰী। তেওঁৰ নাম জৰ্জিয়া। তেওঁ নিজেই এগৰাকী পেছাদাৰী মডেল আৰু অভিনেত্ৰী।

Arbaaz Khan is beaming with happiness on dinner date with girlfriend  Giorgia Adriani. See pictures

দুয়োকে  মাজে মাজে একেলগে দেখা যায়। কেতিয়াবা একেলগে পাৰ্টিলৈ যায়, জৰ্জিয়া বৰ্তমান এতিয়া ফেশ্বন চেন্সেশনত পৰিণত হৈছে। যেতিয়াই তেওঁ বাহিৰলৈ ওলাই যায় তেতিয়াই তেওঁক পাপাৰাজীয়ে আগুৰি থাকে। সাধাৰণতে তাই ইনষ্টাগ্ৰামত কিছুমান ছবি পোষ্ট কৰি থাকে, যাৰ বাবে সকলোৱে তেওঁৰ অনুৰাগী হৈ পৰে। এই মডেলগৰাকীৰ ইনষ্টাগ্ৰামতো ভাল ফেন ফ’ল’ৱাৰ আছে।

Model Giorgia Andriani Hot Photos viral on social media

কিন্তু মলাইকা অৰোৰাৰ সৈতে ব্ৰেকআপৰ পাছত আহিছে এই নতুন মহিলাগৰাকী। তাৰ পাছত আৰবাজ খানৰ জীৱন কেনেকুৱা? নতুন প্ৰেমিকা জৰ্জিয়াৰ সৈতে আৰ্বাজ ব্যক্তিগত জীৱনত সুখী নে?  এই প্ৰসংগত আৰবাজক যেতিয়া প্ৰশ্ন কৰা হৈছিল।  সাংবাদিকসকলৰ এই প্ৰশ্নৰ উত্তৰত আৰবাজে কয় যে, তেওঁৰ বাবেই এতিয়া অতি উত্তম সময় পাৰ কৰিছোঁ। যদি মই মোৰ সম্পৰ্কটো লুকুৱাই ৰাখিলোহেঁতেন, এই সম্পৰ্কৰ কথা নক’লোহেঁতেন, তেন্তে মোৰ জীৱনটো হয়তো ইমান সহজ নহ’লহেঁতেন। মই ভালকৈয়ে লৈছিলো আৰু ক’ব পাৰো যে প্ৰেমিকা হিচাপে মালাইকাতকৈ জৰ্জিয়া বহুত ভাল।

মালাইকাৰ লগত মোৰ সম্পৰ্ক শেষৰ ফালে ইমান ভাল নাছিল। আমাৰ মাজত সদায় কিবা নহয় কিবা এটা সমস্যা আছিল, যেতিয়াই কিবা এটা হৈছিল তেতিয়াই কাজিয়া হৈছিল। গতিকে সম্পৰ্কত যদি ইমান কাজিয়া হয়, তেন্তে আগবাঢ়ি নোযোৱাটোৱেই ভাল। গতিকে মালাইকা আৰু মই এই সম্পৰ্ক শেষ কৰাৰ সিদ্ধান্ত লৈছিলো। আৰু তাৰ পিছত জৰ্জিয়াই মোৰ জীৱনত প্ৰৱেশ কৰিলে। এতিয়া গৰ্বৰে ক'ব পাৰিছো যে জীৱনত আগতকৈ বেছি সুখী।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement