--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিহাৰবাসীৰ কাষত ৰাহুল গান্ধী! শুকুৰবাৰে পুৱা বিহাৰৰ সাছাৰামত আৰজেডিৰ মুৰব্বী লালুপ্ৰসাদৰ পুত্ৰ তথা প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ সৈতে কংগ্ৰেছৰ যুৱৰাজ ৰঙা জীপত ৰেলী কৰা দেখা গ’ল৷

লালু-পুত্ৰই ৰাহুলৰ সৈতে একাংশ ছবি এক্স হেণ্ডেলত পোষ্ট কৰে। লিখিছে - "ৰাহুল গান্ধীৰ 'ভাৰত জোড়ো ন্যায় যাত্ৰা' আজি পুৱা বিহাৰৰ সাছাৰামৰ পৰা আৰম্ভ হৈছে। " জানুৱাৰী মাহত জেডিইউৰ মুৰব্বী নীতিশে কুমাৰে 'ইণ্ডি' এলায়েন্স এৰি যোৱাৰ পাছত বিহাৰত বিজেপি বিৰোধী মিত্ৰজোঁটৰ ভৱিষ্যতক লৈ সন্দেহৰ সৃষ্টি হৈছিল। এই পৰিবেশত শুকুৰবাৰে তেজস্বীৰ উপস্থিতিত ‘ইণ্ডিয়া’ মিত্ৰজোটৰ ঐক্যৰ ভাবমূর্তিয়ে এক নতুন মাত্ৰা লাভ কৰে৷


আৰজেডিয়ে জনাইছে যে শুকুৰবাৰে বিয়লি উত্তৰ প্ৰদেশৰ লাগোয়া কাইমুৰ জিলাৰ দুৰ্গাৱতীত ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ৰ ৰাজহুৱা সভা অনুষ্ঠিত হ’ব। তাতে ৰাহুলৰ সৈতে মঞ্চত উপস্থিত থাকিব তেজস্বী। প্ৰসংগক্ৰমে ১৪ জানুৱাৰীত যেতিয়া ৰাহুলে মণিপুৰৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল তেতিয়া বিহাৰত ‘মহাগঠবন্ধন’ চৰকাৰৰ ক্ষমতা আছিল। মিত্ৰজোঁটৰ সৰ্ববৃহৎ অংশীদাৰ আছিল তেজস্বীৰ আৰজেডি। ৰাহুলৰ দল কংগ্ৰেছ আছিল তৃতীয় বৃহত্তম অংশীদাৰ। কিন্তু ২৯ জানুৱাৰীত ৰাহুলৰ যাত্ৰা কিষাণগঞ্জত প্ৰৱেশ কৰাৰ লগে লগে ‘মহাগঠবন্ধন’ৰ পাৰ্টনাৰ নীতিশে বিজেপিৰ হাত লোৱাত বিহাৰৰ চৰকাৰ সলনি হ’ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী