--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ পোহৰলৈ আহিছে ছোনিয়া গান্ধীৰ সম্পত্তিৰ মুঠ পৰিমাণ৷কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীৰ ইটালীত থকা পূৰ্বপুৰুষৰ সম্পত্তিত আছে বৃহৎ অংশীদাৰিত্ব। ছোনিয়া গান্ধীৰ পূৰ্বপুৰুষৰ ঘৰ ইটালীৰ লুইজিয়ানাত।ছোনিয়া গান্ধীয়ে বুধবাৰে কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে ৰাজস্থানৰ পৰা ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিছে।

মনোনয়নৰ সময়ত দিয়া শপতনামাত গান্ধীয়ে ইটালীত থকা নিজৰ পূৰ্বপুৰুষৰ সম্পত্তিৰ অংশীদাৰিত্ব থকাৰ কথা উল্লেখ কৰিছে। এই সম্পত্তিৰ বৰ্তমান মূল্য ২৬ লাখ, ৮৩ হাজাৰ, ৫৯৪ টকা বুলি কোৱা হৈছে। শপতনামা অনুসৰি ছোনিয়াৰ মুঠ সম্পত্তিৰ মূল্য ১২.৫৩ কোটি টকা।

ছোনিয়া গান্ধীৰ হাতত আছে ৮৮ কেজি ৰূপ আৰু ১২৬৭ গ্ৰাম সোণ আৰু গহনা। দিল্লীৰ ডেৰমণ্ডি গাঁৱত তিনি বিঘা (২৫২৯.২৮ বৰ্গমিটাৰ) কৃষিভূমি। ইয়াৰ মুঠ মূল্য ৫ কোটি, ৮৮ লাখ বুলি কোৱা হৈছে। আয়ৰ উৎস হ’ল সাংসদ হিচাপে লাভ কৰা দৰমহা, বেংকত জমা ধনৰ সুত আৰু লাভাংশ।উল্লেখ্য যে গান্ধীৰ নিজৰ কোনো বাহন নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী