--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিহাৰত প্রতিকূল বতৰে তাণ্ডৱ চলোৱাৰ পাছত বিগত ২৪ ঘণ্টাত ৩১জন লোকৰ মৃত্যু হৈছে। তদুপৰি, বৰষুণ, বজ্রপাত আৰু বিজুলী-ঢেৰেকনি আদিৰে সৃষ্টি হোৱা বতৰৰ প্রতিকূল পৰিস্থিতিৰ বাবে বহু ঠাইত খাদ্য শস্য আৰু সা-সম্পত্তিৰ ক্ষতি হৈছে। 

এই বতৰৰ প্ৰতিকূল পৰিস্থিতিৰ বাবে বেগুচৰাইত ৫জন, দাৰভাংগাত ৫জন, মধুবানীত ৩জন, চহৰছা আৰু সমষ্টিপুৰত ২জনকৈ আৰু লক্ষীচৰাই আৰু গয়া জিলাত এজনকৈ লোকৰ মৃত্যু হৈছে। নালন্দাত সৰ্বাধিক ১৮ জন লোকৰ মৃত্যু হৈছে। বিভিন্ন ঠাইত বৰষুণৰ লগতে ধুমুহা অহাত বহু গছ-গছনি উভালি পৰিছে। 

বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰে এই পৰিস্থিতিক লৈ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে নিহতসকলৰ প্ৰতিটো পৰিয়াললৈ ৪ লাখকৈ অনুদান দিয়াৰ কথা ঘোষণা কৰে। ইফালে বতৰ বিজ্ঞান বিভাগে অহা ৪৮ ঘণ্টাত ৰাজ্যখনত প্ৰবল বৰষুণ হোৱাৰ আগজাননী দিছে।

উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক