--°C
Loading...
Listen to Article
1 min read
80%

In Short

  • নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত বাইক চুৰি কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছিল নবী হুছেইনৰ গেঙে।

ডিজিটেল ডেস্কঃ ৰাইজৰ নিদ্ৰা হৰণ কৰা দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন অৱশেষত পৰিল আৰক্ষীৰ জালত। নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দুৰ্ধৰ্ষ  বাইক চোৰটোক। 


ৰূপহীহাটৰ কাৱৈমাৰীৰ পৰা নগাঁও TSI আৰক্ষীয়ে অভিযান চলাই আটক কৰে নবী হুছেইনক।


নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত বাইক চুৰি কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছিল নবী হুছেইনৰ গেঙে।


পূৰ্বতেও ডকাইত গোচৰত অভিযুক্ত হৈ জেল হাজোতলৈ গৈছিল নবী হুছেইন। ''চোৰে নেৰে চোৰ প্ৰকৃতি, কুকুৰে নেৰে ছাঁই...যাৰ যি প্ৰকৃতি মৰিলে লগতে যায়'' বুলি অসমত এষাৰি প্ৰবাদ প্ৰচলিত আছে। ঠিক সেই কথাই খাটে নবী হুছেইনৰ ক্ষেত্ৰত। জেলত শাস্তি ভোগাৰ পাছতো জেলৰ পৰা ওলাই আহিয়ে পুনৰ চুৰি কাৰ্যত জঁপিয়াই পৰিল নবী। 


পিতৃ-মাতৃয়ে নাম ৰাখিলে নবী পাছে তিলমানো নবীৰ গুণ নাই, কামে কাজে কিন্তু সি পাপীহে। 


যোৱা নিশা কাৱৈমাৰীৰ পৰা নবী হুছেইনক আটক কৰি সোধপোচা অব্যাহত ৰাখিছে নগাঁও সদৰ আৰক্ষীয়ে। চোৰটোক গ্ৰেপ্তাৰ কৰাত স্বস্তিৰ নিঃশ্বাস পেলাইছে অঞ্চলবাসীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা