--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : নিলামত নিজ স্বামীক দি চৰ্চাত এহাল দম্পতী৷ সা-সামগ্ৰীৰ দৰে স্বামীক নিলাম কৰাৰ বিজ্ঞাপন দি এগৰাকী মহিলাই সকলোকে একপ্ৰকাৰ স্তম্ভিত কৰি তুলিছে। ছ’চিয়েল মিডিয়াত এই বিষয়টোৱে লাভ কৰিছে ব্যাপক চৰ্চা। মহিলাগৰাকীয়ে তেওঁৰ স্বামীৰ গাৰ বৰণ, উচ্চতা, বৃত্তি, বয়সকে ধৰি সকলো প্ৰয়োজনীয় তথ্য ৱেবছাইটত আপলোড কৰিছে। মহিলাগৰাকীয়ে এই বিজ্ঞাপন প্ৰকাশ কৰাৰ লগতে তুলিছে চৰ্তও৷ মহিলাগৰাকীয়ে লিখে, ‘বিক্ৰী চূড়ান্ত যদিও পাছত কোনো সলনি বা ঘূৰাই লোৱা নহ’ব।’ অৱশ্যে এই ঘটনাৰ আঁৰত আছে অতি মনোৰঞ্জক এটি কাহিনী। আয়াৰলেণ্ডৰ বাসিন্দা এই মহিলাগৰাকীৰ নাম হৈছে লিণ্ডা মেকঅ্যালিষ্টাৰ। মহিলাগৰাকীৰ অভিযোগ অনুসৰি তেওঁৰ স্বামী মেকঅ্যালিষ্টাৰে তেওঁৰ দুই সন্তান আৰু পত্নীক ঘৰত ৰাখি গৰমৰ ছুটীত অকলেই ফুৰিবলৈ গৈ আনন্দেৰে সময় কটাইছিল। উল্লেখ্য যে মহিলাগৰাকীয়ে নিলামৰ বিজ্ঞাপন দিয়াৰ পাছত ১২জন গ্ৰাহকো লাভ কৰাৰ লগতে কিছুসময়ৰ ভিতৰতে কেইবাহাজাৰ টকা দামো উঠা বুলি জানিব পৰা গৈছে। এনে বিজ্ঞাপন সম্পৰ্কত ৱেবছাইটৰ তৰফৰ পৰা কয় যে, ‘কোনো মহিলাই নিজৰ স্বামীক নিলামত দিয়াৰ এনে বিজ্ঞাপন এয়ে প্ৰথম দেখা গৈছে।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক