--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁ এগৰাকী ফুটবল খেলুৱৈ। নামটো হৈছে আগতা ইছাবেলা চেণ্টাচো। আগতা এগৰাকী ইটালিয়ান পেছাদাৰী মহিলা ফুটবলাৰ। ফুটবল খেলাৰ উপৰিও তেওঁ ইনষ্টাগ্ৰামত মডেলিং কৰে।

আগতাই ইটালীৰ ভেনিছৰ এটা ফুটবল ক্লাব ভেনেজিয়াৰ হৈ খেলে। উইংগাৰ হিচাপে তেওঁ নিজৰ ক্ৰীড়াশৈলী প্ৰদৰ্শন কৰে। তেওঁ সৰুৰে পৰা এই ক্লাবটোৰ হৈ ফুটবল খেলি আহিছে। তেওঁক ক্লাবৰ বাবে ৯০ নম্বৰৰ জাৰ্চি পিন্ধা দেখা যায়।

খেলপথাৰত তাই ক্লাবৰ জাৰ্চীত যিমান সাৱলীল সিমানেই বিকিনি পিন্ধি ফটো উঠাটো কোনো গুণে কম নহয়। সাগৰৰ পাৰত বিকিনি পিন্ধি প’জ দিয়ে ফটোৰ বাবে। ২৯ বছৰীয়া আগতাই নিয়মীয়াকৈ ইনষ্টাগ্ৰামত ব’ল্ড ফটো পোষ্ট কৰে।

সামাজিক মাধ্যমত আগতাৰ হাজাৰ হাজাৰ অনুৰাগী আছে। বহু অনুৰাগীয়ে দাবী কৰে যে তেওঁ পৃথিৱীৰ আটাইতকৈ ধুনীয়া ফুটবল খেলুৱৈ। ইনষ্টাগ্ৰামতে তেওঁক বিকিনি পিন্ধি ফুটবল খেলি থকাও দেখা গৈছিল।

ফুটবলৰ প্ৰতি আগ্ৰহ আগতাৰ নিজৰ পৰিয়ালৰ পৰাই উদ্ভূত। সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে সৰুৰে পৰাই তাইৰ দেউতাক আৰু দুই ভাতৃয়ে ফুটবল খেলিবলৈ উৎসাহিত কৰিছিল। আগতাৰ স্বামী এণ্ড্ৰিয়া মিগলিঅৰিনিও এগৰাকী পেছাদাৰী ফুটবল খেলুৱৈ। এণ্ড্ৰিয়াই আন এটা ইটালিয়ান ক্লাব লভেল'ৰ হৈ খেলে। তেওঁ এজন মিডফিল্ড খেলুৱৈ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক