--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুৱাহাটীত কাইলৈ অনুষ্ঠিত হ’ব ভাৰত আৰু শ্ৰীলংকাৰ মাজত এদিনীয়া ক্ৰিকেট মেচ। খেলৰ আম্পায়াৰ আৰু মেচ ৰেফাৰী কোন হ’ব জানেনে আপুনি?

গুৱাহাটীৰ খেলখনত মেচ ৰেফাৰী হ’ল টীম ইণ্ডিয়াৰ প্ৰাক্তন তাৰকা জভাগল শ্ৰীনাথ। খেলখনত আম্পায়াৰ হিচাপে থাকিব অনিল চৌধুৰী আৰু জে আৰ মদন গোপাল। কে এন অনন্তপদ্মনাভন হ’ল তৃতীয় আম্পায়াৰ। ৰোহন পণ্ডিত আৰু নীতিন মেনন আছে অতিৰিক্ত আম্পায়াৰৰ দায়িত্বত। মেচ মেনেজাৰ হ’ল অংকিত ডেঢিয়া।

সকলোৱে বিচাৰে কেৱল ভালদৰে খেল খন অনুস্থিত হোৱাতো। ক্ৰিকেট প্ৰেমিৰ সকলৰ মাজত বিশেষ উল্লাস দেখিবলৈ পোৱা গৈছে। আৰক্ষীও খেলখনক লৈ বিশেষ ব্যস্ত থকা দেখা গৈছে। গুৱাহাটীাবাসীয়ে বিচাৰে ৰোহিত-কোহলী-সূৰ্যকুমাৰৰ বেটৰ পৰা বিস্ফোৰণ হওক!

FOLLOW US F
POPULAR
FEATURE
TRENDY
পলাতক অপৰাধীৰ বিৰুদ্ধে ভাৰতৰ 'অপাৰেশ্যন গ্ল'বেল হান্ট'
মুজতবা খামেনেইৰ মৃত্যুৰ বিষয়ত অপপ্ৰচাৰ চলাইছে আমেৰিকাই, ইৰানী বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ দাবী
টী-২০ মহিলা বিশ্বকাপ ২০২৬ ; বিচিচিআইএ ঘোষণা কৰিলে ভাৰতীয় দল
গংগা এক্সপ্ৰেছৱেত হাই-টেক সুৰক্ষা ব্যৱস্থা: এতিয়াৰ পৰা গাড়ী চলাওতে টোপনি আহিলে চালকক কৰিব সতৰ্ক
অসম মেঘালয় সীমান্তৰ ফুলবাৰীৰ গোমাইঝোৰাত ভয়ংকৰ পথ দূৰ্ঘটনা: থিতাতে মৃত্যু এজন বৃদ্ধাৰ
"Women Who Rally" লিডাৰশ্বিপ কোহৰ্টত স্থান লাভ গুৱাহাটীৰ নাজনীন ৰহমানৰ
আমেৰিকা অভিমুখে যাত্রা ড° হেমচন্দ্র গোস্বামীৰ, মাজুলীৰ চামগুৰি সত্ৰৰ মুখালৈ আন্তঃৰাষ্ট্ৰীয় সমাদৰ
ইনষ্টাগ্ৰামত লাখে লাখে কমিল ৰাঘৱ চাদ্ধাৰ অনুৰাগী
ড° অশোক কুমাৰ লাহিড়ীক নিটি আয়োগৰ উপাধ্যক্ষৰূপে নিয়োগ
AIয়ে দিব বানপানীৰ আগজাননী
দিল্লীত ভয়ংকৰ পথ দুৰ্ঘটনা: তীব্ৰবেগী বাহনৰ খুন্দাত ৪ যুৱকৰ কৰুণ মৃত্যু
আজি পুৱা ১০.৩০ বজাত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল
আইপিএলত ইতিহাস গঢ়াৰ দিশে ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশী: বিহাৰৰ বৈভৱে কঁপাব ক্ৰিকেট জগত
ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল: শীৰ্ষত কোন কোন জিলা?