--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন যুৱকে অনলাইনত লগ পোৱা প্ৰেমিকাক লগ কৰিবলৈ গৈছিল। ঠাইখন বাছি লোৱাৰ দায়িত্ব প্ৰেমিকাৰ আছিল। প্ৰেমিকাগৰাকীয়ে তেনেকৈয়ে এখন বিলাসী ৰেষ্টুৰেণ্ট বাছি লৈছিল। তাত বিভিন্ন ধৰণৰ সাগৰীয় খাদ্য আৰু পানীয় খোৱাৰ পিছত তেওঁলোকৰ পৰা প্ৰায় ২১ হাজাৰ টকীয়া বিল লোৱা হৈছিল। 

বিল পৰিশোধ কৰাৰ পিছত যুৱকজনে প্ৰেমিকাক নিজৰ ঘৰৰ বিদ্যুতৰ বিল পৰিশোধ কৰিবলৈ কয়। সম্পৰ্কটোত জুই জ্বলাবলৈ সেয়াই যথেষ্ট।

আমেৰিকাৰ পেনচিলভেনিয়াৰ বাসিন্দা কেন্দ্ৰা ৰক্সবেৰীয়ে কয় যে তেওঁলোকে কিছুমান বিশেষ “বিদেশী” সাগৰীয় খাদ্যৰ অৰ্ডাৰ দিছিল। কিন্তু এনে খাদ্যৰ মূল্যৰ বিষয়ে অৱগত নোহোৱা তেওঁৰ সংগীয়ে একেবাৰেই বুজি নাপালে। বিল পৰিশোধ কৰাৰ পিছত তেওঁৰ সংগীয়ে ঘৰৰ বিদ্যুতৰ বিলৰ বাবে প্ৰায় ৩১ হাজাৰ টকা বিচাৰি বহিব, সেয়াও একপ্ৰকাৰ অকল্পনীয়।

তেওঁ কয়, "ৰেষ্টুৰেণ্টৰ পৰা উভতি অহাৰ পিছত মোৰ ফোনত এটা মেছেজ আহিল। তাতে মোক তেওঁৰ ঘৰৰ বিদ্যুতৰ বিলৰ বাবে ৩১ হাজাৰ টকা দিবলৈ কোৱা হৈছিল। লগে লগে মই এই সম্পৰ্কৰ পৰা ওলাই অহাৰ সিদ্ধান্ত লওঁ।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক