--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমি প্ৰায়ে পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তিৰ  বিষয়ে শুনি আহিছো,  কিন্তু পৃথিৱীৰ আটাইতকৈ ধনী কুকুৰটোৰ বিষয়ে হয়তো বহুতেই বিশেষ একো নাজানে ।  আজি আমি  পৃথিৱীৰ আটাইতকৈ ধনী কুকুৰৰ বিষয়ে ক'বলৈ গৈ আছোঁ, যাৰ বিলাসী জীৱনে বহুতকে আচৰিত কৰি তুলিছে৷ 

এই কুকুৰৰ জীৱনশৈলী যিকোনো সাধাৰণ ব্যক্তিৰ জীৱনশৈলীতকৈ বহু বেছি ভিন্ন । বহু মানুহে কেতিয়াও এনে বিলাসী জীৱনৰ কথা হয়তো  কল্পনাও কৰিব নোৱাৰে। আমেৰিকাত থকা এই কুকুৰটোৰ নাম গুন্থাৰ ষষ্ঠ,  কুকুৰটো এটা জাৰ্মান শ্বেফাৰ্ড প্ৰজাতিৰ কুকুৰ। এই কুকুৰৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ৩০ বিলিয়ন!  এই অসাধাৰণ কুকুৰটোৰ নামত  এখন বিএমডব্লিউ গাড়ী আছে। এই কুকুৰটোৰ নামেৰে বহুতো বাংলো আছে,  এটা ফুটবল ক্লাবো আছে।গুন্থাৰ ষষ্ঠ নামৰ কুকুৰটোৰ  খাদ্য প্ৰস্তুতৰ বাবে  এদল  ব্যক্তিগত ৰান্ধনি আছে৷  কুকুৰটোৰ প্ৰতিটো অভাৱ আৰু  যত্ন লোৱাৰ বাবে ২৭  জন কৰ্মচাৰী আছে৷

কুকুৰটোৰ গৰাকী  গৰাকী কাউন্টেছ কাৰ্লোটা লিবেনষ্টাইনৰ মৃত্যুৰ পিছত  তেওঁৰ সকলো সম্পত্তিৰ মালিক এতিয়া সেই কুকুৰটো হৈছে৷  'বিশ্বৰ আটাইতকৈ ধনী কুকুৰ' হৈ পৰা কুকুৰটোৰ কাহিনী নেটফ্লিক্সৰ নতুন তথ্যচিত্ৰ শৃংখলা গুন্থাৰৰ মিলিয়নত বন্দী কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
প্রায় দুমাহে সমগ্র ইৰানত বন্ধ হৈ আছে শিক্ষা প্রতিষ্ঠানসমূহ; অন্ধকাৰত শিক্ষাৰ্থীৰ ভৱিষ্যৎ
অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
গৰু বিহুৰ দিনা একাংশ মানুহে কিয় খায় আমৰলি পৰুৱাৰ টোপ? জানো আহক
পাৱাৰলুমৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ
আজি গৰু বিহু ; চৌদিশে হেঁপাহৰ ৰঙালীক আদৰাৰ প্ৰস্তুতি
ৰঙালীৰ আনন্দ উল্লাসৰ মাজতে জোনাইত অঘটন ; থিতাতে মৃত্যু এজনৰ