--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ছুৱাপাতা ৫ম খণ্ড আৰু ৩য় খণ্ড গাঁৱত পৃথকে পৃথকে সংঘটিত হৈছে শোকাৱহ ঘটনা।

ডিজিটেল ডেস্ক : বিলাসীপাৰাত সংঘটিত হৈছে দুটাকৈ শোকাৱহ ঘটনা। ব্ৰহ্মপুত্ৰ নৈত সন্ধানহীন হৈছে দুজন। ছুৱাপাতা ৫ম খণ্ড আৰু ৩য় খণ্ড গাঁৱত পৃথকে পৃথকে সংঘটিত হৈছে শোকাৱহ ঘটনা।


ঘটনা-১

- ব্ৰহ্মপুত্ৰ নৈত মাছ ধৰিবলৈ গৈ সন্ধানহীন যুৱক।

- যুৱকজন ছুৱাপাতা ৩য় খণ্ড গাঁৱৰ ৰফিকুল ইছলাম (১৯) বুলি জানিব পৰা গৈছে।

- স্থানীয় ৰাইজে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈ সন্ধান নাই যুৱকজনৰ।



ঘটনা-২

- ছুৱাপাতা ৫ম খণ্ড গাঁৱত ব্ৰহ্মপুত্ৰ নৈত সমূহীয়াকৈ গা- ধুবলৈ গৈ সন্ধানহীন এগৰাকী কণমানি শিশু।

- কনমানি শিশুটি ছুৱাপাতা ৫ম খণ্ড গাঁৱৰ জুৰান আলীৰ ৫ বছৰীয়া কন্যা জেছমিনা খাতুন বুলি জানিব পৰা গৈছে।

- ঘটনা স্থলীত বিলাসীপাৰা SDRF বাহিনীৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে সন্ধান নাই কণমানিজনীৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ