--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সদ্য পদত্যাগী বৰিছ জনছনে তেওঁৰ শেহতীয়া স্থিতি প্ৰকাশ কৰিছে৷ জনছনে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পাছত তেওঁৰ উত্তৰসূৰী প্ৰধানমন্ত্ৰী পদৰ কোনো প্ৰাৰ্থীক সমৰ্থন নকৰিব৷

ব্ৰিটিছ প্ৰধানমন্ত্ৰী জনছনে আজি কয় যে তেওঁ তেওঁৰ স্থান লোৱাৰ দৌৰত থকা কোনো প্ৰাৰ্থীক সমৰ্থন নকৰে৷ তেওঁ তেওঁলোকৰ সম্ভাৱনা ক্ষতিগ্ৰস্ত কৰিব নিবিচাৰে বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে৷

মই মোৰ সমৰ্থন আগবঢ়াই কাৰো সম্ভাৱনা ক্ষতিগ্ৰস্ত কৰিব নিবিচাৰো, জনছনে যোৱা সপ্তাহত তেওঁ পদ ত্যাগ কৰিব বুলি কোৱাৰ পিছত তেওঁৰ প্ৰথম সংবাদ মাধ্যমত উপস্থিত হৈ কৈছিল। যিয়ে মোৰ পৰা দায়িত্ব লয়, তেওঁ কঢ়িয়াই নিব লগা এটা মহান কাৰ্যসূচী আছে, মোৰ কাম হ’ল আমি নিৰ্বাচিত হোৱা কাৰ্যসূচীটো অব্যাহত ৰখা। নেতৃত্বৰ প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ সময়ত চৰকাৰৰ কাম চলি থাকিব লাগিব বুলিও তেওঁ উল্লেখ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি