--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ প্ৰথমবাৰৰ বাবে বলীউড অভিনেতা ছলমান খানৰ দ্বাৰা উপস্থাপন কৰা ৰিয়েলিটী শ্ব’ ‘বিগ বছ’ৰ প্ৰচাৰ আৰম্ভ হৈছে অ’টিটি প্লেটফৰ্মত। কিন্তু ছলমান খানৰ অনুপস্থিতিয়ে হতাশ কৰিছে ভাইজান অনুৰাগীক। জানিবলৈ পোৱা মতে, ছলমান খানে চলিত বৰ্ষৰ অনুষ্ঠানটিৰ প্ৰেজেণ্টেশ্যন দিবলৈ বাকী আছে। অনুষ্ঠানটো অ’টিটি প্লেটফৰ্মত প্ৰথম ৬সপ্তাহৰ বাবে প্ৰচাৰ কৰা হ’ব।

ছলমানৰ পৰিৱৰ্তে এইবাৰ ‘বিগ বছ’ৰ প্ৰতিটো খণ্ড বলীউডৰ প্ৰযোজক আৰু সঞ্চালক কৰণ জোহৰে পৰিচালনা কৰিছে। এতিয়ালৈকে অ'টিটিত মুক্তি পোৱা দুটা খণ্ডত কৰণ জোহৰে ছলমান খানক অনুকৰণ কৰা বুলি তীব্ৰ বিতৰ্কৰ সূত্ৰপাত হোৱা দেখা গৈছে। শেহতীয়াকৈ ছলমানৰ অনুৰাগীসকলে খৰ্গহস্ত হৈ পৰিছে কৰণ জোহৰৰ ওপৰত। আনকি প্ৰতিযোগীসকলে বলীউডৰ প্ৰযোজকগৰাকীৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগো উত্থাপন কৰিছে। উল্লেখ্য যে, অনুষ্ঠানটোৱে অ’টিটি প্লেটফৰ্মত ৬সপ্তাহ অতিবাহিত কৰাৰ পাছত দূৰদৰ্শনত সম্প্ৰচাৰিত হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ