--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাইঃ বলীউড অভিনেত্ৰী শ্ৰদ্ধা কাপুৰ বিবাহ-পাশত আৱদ্ধ হোৱাৰ গুজৱ শুনিবলৈ পোৱা গৈছে। শ্ৰদ্ধাৰ দৰা হৈছে ভাৰতৰ এজন প্ৰখ্যাত ফটোগ্ৰাফাৰ। জানিবলৈ পোৱা মতে, ফটোগ্ৰাফাৰ জনৰ সৈতে শ্ৰদ্ধাৰ সম্পৰ্ক বেছ পুৰণি। বিগত কেইবামাহত দুয়োজনৰ মাজৰ সম্পৰ্ক গভীৰতালৈ শিপাই যায়। উত্‍কন্ঠাৰ অৱসান ঘটাই এইবাৰ চলিছে শ্ৰদ্ধাৰ বিয়াৰ গুঞ্জন। ইতিমধ্য দৰাৰ পিতৃৰ পৰাও শ্ৰদ্ধাই লাভ কৰিছে ইতিবাচক সহাঁৰি।শেহতীয়াকৈ তেওঁলোকৰ বিবাহক লৈ বলীউড এৰিনাতো চলিছে জল্পনা-কল্পনা। পিছে মোহময়ী অভিনেত্ৰী গৰাকীৰ দৰা কোন?

জানিবলৈ পোৱা মতে, শ্ৰদ্ধাই বৰমালা পিন্ধাবলৈ লোৱা দৰাজন গৈছে প্ৰখ্যাত ফটোগ্ৰাফাৰ ৰোহন শ্ৰেষ্ঠা। টেলিভিছনৰ এক সাক্ষাৎকাৰত, ফটোগ্ৰাফাৰ গৰাকীৰ পিতৃ ৰাকেশ শ্ৰেষ্ঠাই কৈছে যে, ‘শক্তি কাপুৰৰ জীয়েকৰ সৈতে তেওঁৰ পুত্ৰৰ বন্ধুত্ব বহু বছৰীয়া। তেওঁলোকে কলেজত একেলগে পঢ়িছিল। দুয়োজনে পেছাদাৰী জীৱনত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। যদি ৰোহন-শ্ৰদ্ধাই একেলগে থকাৰ সিদ্ধান্ত লৈছে সেয়া যোগাত্মক চিন্তাৰে প্ৰতিফলন। দুয়ো বিবাহৰ মত দিলে মই সকলো কৰ্তব্য নিায়াৰিকৈ পালন কৰিম। ইয়াত আপত্তিৰ কোনো প্ৰশ্ন নাই।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ