--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ এজন অ-হিন্দু লৰাৰ সৈতে  বিয়া বিয়াত বহি এতিয়া সমালোচনাৰ সন্মুখীন হৈছে দেৱলীনা ভট্টাচাৰ্য৷  অভিনেত্ৰীগৰাকীৰ স্বামীৰ নাম শ্বেহনাৱাজ শ্বেখ৷ তেওঁ দেৱলীনাৰ জিম প্ৰশিক্ষক৷ এইবাৰ অভিনেত্ৰীগৰাকীকলৈ  সামাজিক মাধ্যমত আন এটা প্ৰশ্ন উত্থাপিত হৈছে।

বলীউডৰ অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্যৰ বিবাহে সামাজিক মাধ্যমত বিতৰ্কৰ সৃষ্টি কৰাৰ সময়তে এইবাৰ আন এক বিষয়কলৈ চৰ্চা হৈছে৷ একাংশৰ  মতে বিয়াৰ আগতে  দেৱলীনা গৰ্ভৱতী হৈছিল । সেইবাবেই  তেওঁ খৰখেদাকৈ বিয়াত বহাৰ   সিদ্ধান্ত লৈছিল। তেওঁক আলিয়া ভাটৰ  সৈতেও তুলনা কৰা হৈছে। অৱশ্যে দেৱলীনাই ইমান দিনে  মুখ বন্ধ ৰাখিছিল যদিও  অৱশেষত তেওঁ মুখ খুলিবলৈ বাধ্য হৈছে।

দেৱলীনাই কৈছে, "মই সঁচাকৈয়ে বুজি নাপাওঁ যে এজন ব্যক্তিৰ ব্যক্তিগত জীৱনত মানুহে এনেদৰে মূৰ সোমোৱাটো কিমান যুক্তি সংগত কথা। ভণ্ডামিৰো এটা  সীমা আছে। বহু মানুহে  আনক অত্যাচাৰ কৰাৰ সুযোগ এৰিব নোৱাৰে, নহয়নে? কাৰো সুখ বহুতে সহ্য কৰিব নোৱাৰে। মই  এই মন্তব্যবোৰক আৰু গুৰুত্ব দিবলৈ ইচ্ছুক নহওঁ"।অভিনেত্ৰীগৰাকীয়ে  বিয়াৰ আগতেই গৰ্ভৱতী হোৱা বুলি চলা অপপ্ৰচাৰ পোনচাটেই নাকচ কৰিছে৷ 







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক