--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু প্ৰতিক্ষাৰ অন্তত শ্বাহৰুখ খানৰ নতুন ছৱি 'পাঠান’-এ মুক্তিৰ ক্ষণ গণিছে। দেশজুৰি উত্তাল হৈ আছে ছৱিখনক লৈ। বিতৰ্কত সোমাই পৰিছে শ্বাহৰুখ খান আৰু দীপিকা পাডুকন।

তাৰকা দুগৰাকীৰ উপৰিও ছৱিখনত অভিনয় কৰিছে জন আব্ৰাহাম, আশুতোষ ৰাণা, ডিম্পল কাপাডিয়াৰ দৰে চিনাকি মুখে। বিতৰ্কৰ সমানে সমানে ছৱিখনৰ পৰা এওঁলোকে লাভ কৰা পৰিশ্ৰমিকে চৰ্চা লাভ কৰিছে। চাও আহক কোনে কোনে কিমান উপাৰ্জন কৰিছে পাঠানৰ পৰা।

পাঠানৰ বাজেট হৈছে ২৫০ কোটি। অকল শ্বাহৰুখ খানেই লাভ কৰিছে ১০০ কোটি টকা। অৰ্থাৎ ছৱিখন মূলতঃ শ্বাহৰুখ কেন্দ্ৰীক ভাৱে নিৰ্মাণ কৰা হৈছে।

দীপিকা পাডুকনে লাভ কৰিছে ১৫ কোটি টকা। জন আব্ৰাহমে লাভ কৰিছে ২০ কোটি টকা। ইয়াৰ বিপৰীতে আশুতোষ ৰাণা আৰু ডিম্পল কাপাডিয়াৰ পৰিশ্ৰমিকৰ বিষয়ে জনা হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
অসমতো বাজিল বিশেষ সংশোধনীৰ ঘণ্টা
এই ৫ টা খাদ্য খালে স্মৃতিশক্তি বৃদ্ধি পাব! মগজু চোকা আৰু সক্ৰিয় হৈ থাকিব
এটা যুগৰ অন্ত: ১ ছেপ্টেম্বৰৰ পৰা পঞ্জীয়নভুক্ত ডাক সেৱা বন্ধ কৰাৰ কথা ঘোষণা ভাৰতীয় ডাক বিভাগৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ