--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰাট কোহলী-অনুষ্কাৰ প্ৰেম কাহিনী সকলোৱে জানে। বিৰুষ্কাৰ বিয়াৰ ছবছৰ হৈ গ’ল। কিন্তু আজিও প্ৰেমৰ সাগৰত সাতুৰি-নাদুৰি ফুৰি দম্পতীহালে। এইবেলি অনুষ্কা শৰ্মাই প্ৰথমবাৰৰ বাবে কান চলচ্চিত্ৰ মহোৎসৱত ৰেড কাৰ্পেটত খোজ পেলাইছে। অনুষ্কা শৰ্মাই কান চলচ্চিত্ৰ মহোৎসৱত আত্মপ্ৰকাশ কৰিয়েই যেন  'ছিক্সাৰ' কোবাই দিলে। 

কান চলচ্চিত্ৰ মহোৎসৱত অনুষ্কাই পৰিধান কৰা সাজ দেখি বহুতেই বিমোহিত হৈ পৰিছিল। ব্যতিক্ৰম নাছিল   বিৰাট কোহলীও। পত্নীৰ ৰূপত যেন বিৰাট কোহলী 'বোল্ড আউট' হৈ পৰে।  অনুষ্কা শৰ্মাই বগা অফ-শ্বল্ডাৰ গাউন পিন্ধি কান চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত খোজকাঢ়িছিল। আলিয়া ভাট, পূজা হেগড়ে, বাণী কাপুৰৰ পৰা আৰম্ভ কৰি  প্ৰীতি জিণ্টালৈকে সকলোকে  অভিনেত্ৰীগৰাকীৰ নৱৰূপে  মন্ত্ৰ মুগ্ধ কৰি তোলা পৰিলক্ষিত হয়। 


 
 
 
 
 
View this post on Instagram
 
 
 
 
 
 
 
 
 
 
 

A post shared by AnushkaSharma1588 (@anushkasharma)


উল্লেখ্য  অনুষ্কাই এটা প্ৰসাধন সামগ্ৰীৰ বিজ্ঞাপনৰ বাবে  কান চলচ্চিত্ৰ মহোৎসৱলৈ  গৈছিল। অনুষ্কা শৰ্মাই কানৰ ৰেড কাৰ্পেটৰ বাবে ৰিচাৰ্ড কুইন ফলৰ  পোছাক বাছনি কৰিছিল। অভিনেত্ৰীগৰাকীয়ে অনুষ্ঠানটোৰ শেষত ফটোশ্বুটো কৰিছিল। তেওঁ তেওঁৰ অনুৰাগীসকলৰ বাবে সেই ফটোবোৰ তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰিছিল।
 
 
 
 
 
View this post on Instagram
 
 
 
 
 
 
 
 
 
 
 

A post shared by AnushkaSharma1588 (@anushkasharma)



 অনুষ্কা শৰ্মাই বগা গাউন আৰু কেতিয়াবা গুলপীয়া অফ-কান্ধৰ চেটিন টপ আৰু ক'লা বটম পিন্ধি সকলোকে মন্ত্ৰমুগ্ধ কৰি তুলিছিল।একাংশ  অনুৰাগীয়ে সেই ৰূপত অনুষ্কাক  'স্বৰ্গৰ পৰা নামি অহা পৰী যেন লাগিছে' বুলি মন্তব্য কৰিছে। আনহাতে আন বহুতে তেওঁক 'বিৰাটৰ ৰাণী' বুলিও অভিহিত কৰিছে। উল্লেখ্য চাৰা আলী খান, মৃণাল ঠাকুৰ, মানুষী চিল্লাৰ , হালফিলৰ স্বপ্না চৌধুৰী আৰু উৰ্বশী ৰৌতেলায়ো এই বছৰৰ কান চলচ্চিত্ৰ মহোৎসৱত আত্মপ্ৰকাশ কৰিছিল।  
 
 
 
 
View this post on Instagram
 
 
 
 
 
 
 
 
 
 
 

A post shared by AnushkaSharma1588 (@anushkasharma)



FOLLOW US F
POPULAR
FEATURE
TRENDY
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ