--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইউৰোপীয় খাদ্য সুৰক্ষা সংস্থাই মঙলবাৰে সকীয়াই দিছে যে দৈনন্দিন খাদ্যৰ এক পৰিসৰত নাইট্ৰ’ছামাইন নামৰ কৰ্কট ৰোগ সৃষ্টিকাৰী ৰাসায়নিক যৌগ ধৰা পৰিছে আৰু ই মানৱ শৰীৰত স্বাস্থ্যজনিত বিপদৰ সৃষ্টি কৰিব পাৰে।

ইউৰোপীয় সংঘৰ সংস্থাটোৱে কৰা এক নতুন অধ্যয়ন অনুসৰি খাদ্যত ইচ্ছাকৃতভাৱে যোগ নকৰা, কিন্তু ইয়াৰ প্ৰস্তুতি আৰু প্ৰক্ৰিয়াকৰণৰ সময়ত গঠন হ’ব পৰা ১০বিধ নাইট্ৰ’ছামাইন কাৰ্চিনোজেনিক আৰু জিন’টক্সিকে ডি এন এৰ ক্ষতি কৰিব পাৰে।

খাদ্য শৃংখলৰ দূষক পদাৰ্থৰ ওপৰত ই এফ এছ এৰ পেনেলৰ অধ্যক্ষ ডায়েটাৰ শ্ব্ৰেংকে কয় যে, “আমাৰ মূল্যায়নে এই সিদ্ধান্তত উপনীত হৈছে যে সমগ্ৰ ইউৰোপীয় ইউনিয়নৰ জনসংখ্যাৰ সকলো বয়সৰ লোকৰ বাবে খাদ্যত নাইট্ৰ’ছামাইনৰ সংস্পৰ্শৰ মাত্ৰাই স্বাস্থ্যজনিত চিন্তাৰ সৃষ্টি কৰিছে।”

ই এফ এছ এয়ে কয় যে কিউৰড মাংস, প্ৰচেছড মাছ, ক’ক’, বিয়েৰ আৰু অন্যান্য মদ্যপানকে ধৰি খাদ্যত নাইট্ৰ’ছামাইন ধৰা পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ