--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বক্সিঙৰ পৰা এতিয়াই অৱসৰ নলয় মেৰী কমে৷ বৃহস্পতিবাৰে এই কথা স্পষ্ট কৰে খ্যাতনামা বক্সাৰগৰাকীয়ে৷ 

বয়সৰ বাবে অলিম্পিকতহে অংশগ্ৰহণ কৰিব নোৱাৰে মেৰী কমে৷ 

বুধবাৰে অৱসৰ ল’ম বুলি কৈছিল মেৰী কমে৷ বক্সাৰগৰাকীৰ ভাষ্যৰ ভুল ব্যাখ্যা হোৱা বুলি নিজেই স্পষ্ট কৰে৷

সম্প্ৰতি বিশ্ব চেম্পিয়ন বক্সাৰগৰাকীৰ বয়স ৪১ বছৰ৷ 

অৱসৰ ঘোষণা কৰিব লগা হ’লে সংবাদ মাধ্যম মাতি আনি ঘোষণা কৰিব বুলি সদৰী কৰিছে মেৰী কমে৷ 

উল্লেখযোগ্য যে ২০১২ৰ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰিছিল মেৰী কমে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক