--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বছৰ পিছত বছৰৰ অপেক্ষাৰ অন্ত পৰিল। ভাৰতীয় ইতিহাসত সন্নিবিষ্ট হ’ল ২২ জানুৱাৰীৰ দিনটো। ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা হ’ল অযোধ্যাৰ ৰাম মন্দিৰত। দেশজুৰি এতিয়াও উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰি আছে। 

ৰাম মন্দিৰকলৈ প্ৰতিগৰাকী ভাৰতীয় মনত পাৰাপাৰহীন উছাহ। ৰাম মন্দিৰ দৰ্শন কৰিবলৈ ভক্ত তথা দৰ্শনাৰ্থীৰ ভিৰ লাগিছে।

অযোধ্যাৰ ৰাম মন্দিৰৰ উৎসাহ এতিয়া লক্ষ্ণৌৰ ছাৰাফা বজাৰতো দেখা গৈছে। ইয়াত গ্ৰাহকে অবিৰতভাৱে প্ৰভু ৰামৰ ছবি থকা বা নাম থকা গহনা ক্ৰয় কৰি আছে। 

ৰামচিত্ৰৰে খোদিত গহনা ক্ৰয় কৰাৰ পৰিস্থিতি এনেকুৱা যে ৰাম লকেটৰ বজাৰে এক কোটি টকাৰ বিক্ৰী অতিক্ৰম কৰিছে। এই ৰাম লকেট বজাৰত সোণ আৰু হীৰাৰ লগতে বিভিন্ন মেটেলত উপলব্ধ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক