--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত বহুতো মানুহৰ ডায়েবেটিছ ৰোগ হৈছে। এবাৰ এই ৰোগ হ’লে ইয়াৰ পৰা পৰিত্ৰাণ পোৱাটো অতি কঠিন হৈ পৰে। ডায়েবেটিছ হলে শৰীৰত ভিন্ন বেমাৰে বাহ লয়। ডায়েবেটিছ হ’লে জীৱনশৈলীও অতি কঠিন হৈ পৰে কাৰণ খোৱা-বোৱাত বহু নিয়ম মানি চলিব লগা হয়। যদি আপুনি দীৰ্ঘদিনলৈ সুস্থ হৈ থাকিব বিচাৰে তেন্তে ব্লাড ছুগাৰ নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজন। ব্লাড ছুগাৰ নিয়ন্ত্ৰণ কৰিবলৈ কিছুমান ঘৰুৱা উপায়ো গ্ৰহণ কৰিব পাৰে। খোৱা-বোৱা নিয়ন্ত্ৰণ কৰি সঠিক আহাৰ গ্ৰহণ কৰিলে ব্লাড ছুগাৰ সহজে নিয়ন্ত্ৰণ কৰিব পৰা যায়।

ব্লাড ছুগাৰ নিয়ন্ত্ৰণ কৰিবলৈ এই ঘৰুৱা উপায়সমূহ মানি চলক

১)তুলসীৰ পাতঃ আমাৰ স্বাস্থ্যৰ বাবে তুলসীক অতি স্বাস্থ্যকৰ বুলি গণ্য কৰা হয়। কাৰণ তুলসীত এণ্টি অক্সিডেণ্ট উপাদান পোৱা যায় যিবোৰ আমাৰ বাবে অতি উপকাৰী। সেয়েহে প্ৰতিদিনে ৰাতিপুৱা খালী পেটত দুই-তিনিটা পাত চোবাই খাব লাগে। এনে কৰিলে আপোনাৰ ব্লাড ছুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত থাকিব।

২) জামুঃ  ডায়েবেটিছ ৰোগীয়ে জামু খাব লাগে। যদি আপুনি দৈনিক জামু বীজ সেৱন কৰে, তেতিয়া ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখিব পাৰি। ইয়াৰ বাবে জামুৰ গুটি ভালদৰে শুকুৱাই লওক। এই গুটি শুকুৱাই ভালদৰে পিহি ৰাতিপুৱা খালী পেটত কুহুমীয়া পানীৰে খাব, এনে কৰিলে আপোনাৰ ব্লাড ছুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত থাকিব।

৩) ডালচেনিৰ গুড়িঃ যদি আপুনি ডায়েবেটিছত আক্ৰান্ত, তেন্তে ডালচেনিৰ গুড়ি খাব পাৰে। আপোনাৰ স্বাস্থ্যৰ বাবে ই অতি উপকাৰী। এনে পৰিস্থিতিত ডালচেনিৰ চাহ বনাই পান কৰিবও পাৰে। এই কাম কৰিলে ব্লাড ছুগাৰৰ মাত্ৰা সহজে নিয়ন্ত্ৰণত ৰাখিব পাৰি।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক