--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ অভিনেত্ৰী সুস্মিতা সেনে নিজৰ ব্যক্তিগত জীৱন সম্পৰ্কে এটা ভুল ধাৰণা স্পষ্ট কৰি দিছে। কিছুমানে হয়তো ভাবিব পাৰে যে পিতৃ নথকাৰ বাবে তেওঁৰ ছোৱালীকেইজনীৰ জীৱনত ‘ভাৰসাম্যহীনতা’ সৃষ্টি হৈছে, কিন্তু তেওঁলোকৰ বাবে কিয় একে নহয় সেই কথা বুজাই দিলে। অৱশ্যে পিতৃৰ স্বৰূপ থকাটো গুৰুত্বপূৰ্ণ বুলি সেনে স্বীকাৰ কৰে। 

সুস্মিতা সেন দুটি সন্তানৰ মাতৃ--ৰেনী আৰু আলিছা। সিহঁত সেনৰ দত্তক ছোৱালী। অভিনেত্ৰীগৰাকীয়ে মাত্ৰ ২৪ বছৰ বয়সতে ৰেনীক দত্তক লোৱাৰ বিপৰীতে ২০১০ চনত আলিছা পৰিয়ালটোৰ অংশ হৈ পৰে।

নিজৰ সিদ্ধান্তৰ কথা কওঁতে সুস্মিতাই এবাৰ প্ৰকাশ কৰিছিল যে বহুতে তেওঁৰ সিদ্ধান্তক লৈ বহুতে প্ৰশ্ন উত্থাপন কৰিছিল, অৱশ্যে তেওঁ এই সিদ্ধান্ত লৈ আগবাঢ়িছিল, মাত্ৰ এবাৰ নহয় দুবাৰ। ইয়াক সুস্মিতাই জীৱনৰ সৰ্বোত্তম সিদ্ধান্ত বুলি অভিহিত কৰিছিল।

উল্লেখযোগ্য যে সুস্মিতা সেনক তেওঁৰ আগন্তুক ধাৰাবাহিক তালিত দেখা যাব। ৰবি জাধৱৰ পৰিচালনাত নিৰ্মিত এই ধাৰাবাহিকখন সুস্মিতাৰ চৰিত্ৰত অভিনয় কৰা তৃতীয় লিঙ্গ কৰ্মী শ্ৰীগৌৰী সাৱন্তৰ জীৱনৰ ওপৰত আধাৰিত। স্বাধীনতা দিৱস উপলক্ষে ছবিখনে মুক্তি লাভ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ