--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডত পুনৰ বিয়াৰ গুঞ্জন। পৰীণীতি চোপ্ৰাৰ বিয়াক লৈ চলিছে তীব্ৰ চৰ্চা। আপ সাংসদ ৰাঘৱ চাদ্ধাৰ সৈতে পৰিণীতিৰ প্ৰেমৰ সম্পৰ্ক আছে বুলি গুজৱ ওলাইছে। অৱশ্যে এই সন্দৰ্ভত দুয়ো এতিয়ালৈকে মুখ খোলা নাই। চলিত বৰ্ষৰ অক্টোবৰ মাহতে পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাদ্ধাৰ বিয়া হ'ব পাৰে বুলি গুণগুণনি আৰম্ভ হৈছে। বিবাহৰ নীতি নিয়ম গোপনে আৰম্ভ হৈছে বুলি খবৰ বিয়পি পৰিছে। 

শীঘ্ৰেই জীৱনৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰিবলৈ গৈ আছে বলীউডৰ অভিনেত্ৰী পৰিণীতি চোপ্ৰাই। অভিনেত্ৰীগৰাকীৰ ঘৰত সোনকালেই বাজি উঠিব শ্বেহনাই।

পৰিণীতি চোপ্ৰাই আপৰ সাংসদ ৰাঘৱ চাদ্ধাৰ সৈতে ডেটিং কৰি আছে। পৰিণীতিক ৰাঘৱৰ সৈতে এবাৰ নহয় বহুবাৰ দেখা গৈছে। সকলো জল্পনা-কল্পনাৰ মাজতে দুয়োৰে বিয়াৰ খবৰ বিয়পি পৰিছে।

শেহতীয়াকৈ, পৰিণীতিৰ এটা ভিডিঅ’ ভাইৰেল হৈছিল, য’ত পৰিণীতিক চেলিব্ৰিটি ফেশ্বন ডিজাইনাৰ মনীষ মালহোত্ৰাৰ ঘৰৰ বাহিৰত দেখা গৈছিল। তথ্য অনুসৰি, পৰিণীতি আৰু ৰাঘৱৰ ৰোকা পৰ্বও ইতিমধ্যে হৈ গৈছে।

জানিব পৰা মতে পৰিণিতিৰ সম্পৰ্কীয় বায়েক অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাও সেই অনুষ্ঠানটোত উপস্থিত আছিল। সূত্ৰ অনুসৰি, তেওঁলোকৰ বিবাহ এই বছৰৰ অক্টোবৰৰ শেষৰ ফালে হ’ব পাৰে। পৰিণীতি আৰু ৰাঘৱৰ বিয়াত প্ৰিয়ংকা চোপ্ৰা উপস্থিত থকাৰ সম্ভাৱনা।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ