--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড তথা হলীউডৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই সদায় তেওঁৰ স্বামী নিক জোনাছক লৈ উৎসাহিত আৰু গৌৰৱান্বিত। যেতিয়াই তেওঁ সুযোগ পায়  নিকক  প্ৰশংসা নকৰাকৈ নাথাকে।  "চিটাডেল"ৰ এখন  সংবাদমেলতো প্ৰিয়ংকাৰ মুখত শুনা গ’ল নিকৰ প্ৰসংগ৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত প্ৰিয়ংকাই কয়  যে নিকৰ কেতবোৰ আচৰণে  তেওঁক দেউতাকৰ কথা মনত পেলাই দিয়ে।

উল্লেখ্য প্ৰিয়ংকা চোপ্ৰাৰ হলীউড শৃংখলা 'চিটাডেল' অহা সপ্তাহত মুক্তি পাব।সেয়ে অভিনেত্ৰীগৰাকী বৰ্তমান ছবিখনৰ প্ৰচাৰত ব্যস্ত হৈ আছে। প্ৰচাৰৰ সময়তে প্ৰিয়ংকাই স্বামী নিক জোনাছক প্ৰশংসা কৰে।প্ৰিয়ংকাই কয় "যেতিয়া মোৰ মায়ে ব্যক্তিগত অনুশীলন আৰম্ভ কৰিছিল, তেওঁ  দেউতাৰ তুলনাত বহুত বেছি উপাৰ্জন কৰিছিল।  
 
 
 
 
View this post on Instagram
 
 
 
 
 
 
 
 
 
 
 

A post shared by Priyanka (@priyankachopra)


মোৰ দেউতাই কেতিয়াও এইক্ষে্ৰত বাধা দিয়া নাছিল। তাৰ পৰিৱৰ্তে, মোৰ দেউতাই কৈছিল, 'সকলো উপাৰ্জনতো ঘৰলৈয়েই আহি আছে। মই নিকৰ মাজতো  এই গুণটো দেখিছো। তেওঁ মোৰ সফলতাত হীনমন্যতাত ভোগা নাই। ইয়াৰ বিপৰীতে তেওঁ মোৰ সফলতাৰ বাবে মোতকৈও বেছি  উৎসাহী।’’ প্ৰিয়ংকাৰ মতে, নিকৰ এই গুণটোৰ বাবেই নিকক তেওঁৰ কেতিয়া দেউতা দেউতা লাগে৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ