--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰবীণ অভিনেতা নাছিৰুদ্দিন শ্বাহৰ স্পষ্টবাদীতাৰ বাবে বলীউডত সুকীয়া সুনাম আছে।  তেওঁ কেতিয়াও নিজৰ মতামতৰ পৰা পিছুৱাই যোৱা নাই। শেহতীয়াকৈ ছবিৰ বিষয়ে কওঁতে তেওঁ কয় যে তেওঁ বলীউডৰ চিনেমাৰ প্ৰতি হতাশ। বৰঞ্চ তেওঁ ভাবে যে দক্ষিণৰ উদ্যোগটোৱে ভাল কাম কৰি আছে।

নাছিৰুদ্দিনে কয়, ‘যোৱা ১০০ বছৰ ধৰি বলীউডত একেধৰণৰ ছবি নিৰ্মাণ হৈ আছে। ইমান বছৰৰ পাছতো বিশেষ পৰিৱৰ্তন হোৱা নাই। কাহিনীৰ একে শৈলী আৰু নিৰ্মাণৰ একে ধৰণৰ। ঠিক এই কাৰণেই মই হিন্দী ছবি চোৱা বন্ধ কৰি দিলোঁ।”

প্ৰতি বছৰে বহু হিন্দী ছবি মুক্তি পায়। কিছুমানে ভাল ব্যৱসায়ো কৰে। এই প্ৰসংগত 'মাছুম' খ্যাতি অভিনাতাই কয়, "কিছুমান চিনেমা হিট হয় কাৰণ দৰ্শকে ইয়াৰ সৈতে সম্পৰ্ক স্থাপন কৰিব পাৰে। কিন্তু ব্যৱসায়িক সফলতাৰ অৰ্থ এইটো নহয় যে ছবিখন গুণগত মানৰ ফালৰ পৰা ভাল।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী