--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহামাৰীৰ সময়ত সমগ্ৰ দেশৰ মানুহৰ কাষত থিয় দিছিল চনু সুদ। লকডাউনৰ সময়ত দুৰ্গম অঞ্চলত আবদ্ধ হৈ থকা লোকসকলক ঘৰলৈ উভতি যাবলৈ সহায় কৰাৰ বাবে পদক্ষেপৰ শলাগ লোৱা হৈছে। তেওঁ এতিয়া সাধাৰণ মানুহৰ বাবে ‘মচীহা’।

শেহতীয়াকৈ সোনুৱে ৰেষ্টুৰেণ্ট এখনত খাবলৈ গৈছিল। বিল পৰিশোধ কৰিবলৈ গৈ আচৰিত হৈ পৰে। কোনোবাই তেওঁৰ হৈ বিল নিষ্পত্তি কৰিছে! এটা নোট লিখি থৈ যায় পৰিশোধ কৰোতাজনে। বাৰ্তাটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে সোণুৱে। ইয়াত লিখা আছে, "আপুনি আমাৰ দেশৰ বাবে কৰা সকলো ভাল কামৰ বাবে ধন্যবাদ।"

কিন্তু সেই ব্যক্তিজনে নিজৰ পৰিচয় লুকুৱাই ৰাখিছে। সেয়ে সোণুৱে ইনষ্টাগ্ৰামত লিখিছে, ‘এই কাম কোনে কৰিলে মই নাজানো। মোৰ হৃদয় চুই গ'ল।'' একে সময়তে সোনুৱে ব্যক্তিজনক ধন্যবাদ দিবলৈ নাপাহৰিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী