--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাক বন্ধ হোৱাৰ সমস্যাই শীতকালত অতি আমনি দিয়ে। এনে হয় কাৰণ শীতকালত ঠাণ্ডাৰ বাবে ভাইৰাছ আৰু বেক্টেৰিয়াই অধিক আক্ৰমণ কৰে। এই কাৰণে নাকতো সংক্ৰমণ ঘটে। নাকৰ ভিতৰত থকা মেমব্ৰেন ফুলি উঠে যাৰবাবে নাক বন্ধ হৈ পৰে। যিসকল লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী নহয়, তেওঁলোকে অধিক সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। এনে ক্ষেত্ৰত পিঁয়াজে আপোনাৰা সমস্যা সমাধান কৰিব পাৰে।

নাক বন্ধ হৈ পৰাৰ পৰা কেনেকৈ মুক্তি পাব পাৰি

শীতকালত নাক বন্ধ হোৱাটো অতি সাধাৰণ সমস্যা। এনে ক্ষেত্ৰত পিঁয়াজৰ ৰস আৰু ইয়াৰ বাকলি ব্যৱহাৰ কৰিব পাৰি। এই দুয়োটা বস্তুৱেই অতি উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে। যদি আপুনি নাক বন্ধ হৈ পৰাৰ পৰা মুক্তি পাব বিচাৰে তেন্তে এইদৰে পিঁয়াজ ব্যৱহাৰ কৰিব লাগিব।

১) নাক বন্ধ হোৱাৰ সমস্যা থকা লোকে ৪ৰ পৰা ৫ মিনিট পিঁয়াজৰ বাকলিৰ গোন্ধ ল’ব লাগে। এনে কৰিলে তেওঁলোকে নিশ্চিতভাৱে লাভৱান হ’ব। এই বাকলিবোৰৰ এনে গুণ আছে যিয়ে আপোনাৰ বন্ধ হৈ যোৱা নাকটো ভাল কৰাত সহায় কৰে।

২) ইয়াৰ উপৰিও পিঁয়াজৰ ৰসো ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ ফলত নাক বন্ধ হোৱাৰ সমস্যাও শেষ হৈ যায়। ইয়াৰ বাবে পিঁয়াজৰ ৰস উলিয়াই তাৰ কেইটোপালমান নাকত দিব লাগে। যদি আপুনি এনে কৰে তেন্তে আপুনি লগে লগে সুকাহ পাব।

আপোনালোকক জনাও যে পিঁয়াজৰ নাকৰ বেক্টেৰিয়া আৰু ভাইৰাছক নিধন কৰিব পৰা গুণ আছে। যদি ইয়াক ব্যৱহাৰ কৰা হয়, তেন্তে নাকৰ আৱৰণ ফুলা কমি যায়, যাৰ ফলত বন্ধ হৈ থকা নাকটোৰ পৰা মুক্তি পোৱা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক