--°C
Loading...
Listen to Article
2 min read
80%

হাজোঃ ৰঙালীৰ আনন্দৰ মাজতে হাজোৰ দিহিনাত সংঘটিত হৈছে মহিলা অপহৰণৰ কাণ্ড! ১৭ এপ্ৰিলত বেংকত টকা জমা থ’বলৈ গৈ বিগত ৬দিনে সন্ধানহীন হৈ আছে এগৰাকী বোৱাৰী। দুই কণমাণি সন্তানৰ মাতৃ মধুস্মিতা দাস এনেদৰে সন্ধানহীন হোৱাত হাহাকাৰ লাগিছে স্বামী বিজু দাসৰ।

আৰু পঢ়িব পাৰিব: ৰঙাঘৰৰ আলহী ৰাজনৈতিক নেতাঃ কোন এই নেতা?

স্বামীৰ সন্দেহ বেংকত জমা থ’ব নিয়া টকাসহ কোনো দুৰ্বৃত্তই মধুস্মিতাক অপহৰণ কৰি লৈ গৈছে। ইতিমধ্যে হাজো আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বিজু দাসে। কোনো ব্যক্তিয়ে মধুস্মিতাক ক'ৰবাত দেখা পালে হাজো আৰক্ষীক অথবা বিজু দাসৰ নম্বৰ (9678491845)ত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ