--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • পাঞ্চজন্য প্ৰকাশনে প্ৰকাশ কৰা শিশু উপন্যাসখন উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়াই

ডিজিটেল ডেস্কঃ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পু্থি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ বাকৰিত সাংবাদিক কুমুদ বৰুৱাৰ 'লাষ্ট বেঞ্চাৰ' শীৰ্ষক শিশু উপন্যাসখন শুভ উন্মোচন কৰা হয়। 


পাঞ্চজন্য প্ৰকাশনে প্ৰকাশ কৰা শিশু উপন্যাসখন উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়াই, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ছয়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° তপন দত্ত। গ্ৰন্থমেলাৰ বাকৰিৰ ড° বসন্ত কুমাৰ ভট্টাচাৰ্য সোঁৱৰণী সভাগৃহত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী অনুষ্ঠানটিৰ আঁত ধৰে কন্যা কুমাৰী শইকীয়াই। বিদ্যালয় বা সমাজৰ লাষ্ট বেঞ্চত বহা সকলক প্রায়ে অৱহেলাৰ চকুৰে চোৱা হয়। কিন্তু সমাজ জীৱনৰ বিভিন্ন ক্ষেত্রত তেওঁলোকৰ উল্লেখযোগ্য বৰঙনি থাকে।তেনেদৰে গোষ্ঠী সংঘর্ষ, বান খহনীয়া, পাৰিবাৰিক সংঘাত, দৰিদ্ৰতা আদিৰ দৰে সমস্যাৰ বাবে ‍শিশুসকলে মানুহৰ মৰম চেনেহৰ পৰা বঞ্চিত হৈ এটা সময়ত অপৰাধজনিত কার্যত জড়িত হৈ পৰা দেখা যায়। তেনে কিছু বিষয়ক লৈ লিখা হৈছে এই গ্রন্থখন।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ