--°C
Loading...
Listen to Article
2 min read
80%
২১ ব'হাগ, বৃহস্পতিবাৰ ইং ৫ মে'
১. মেষ ৰাশি -  মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত আনৰ সহায় সহযোগিতা লাভ কৰিব৷ সজাগ নহলে কৰ্মস্থান সামান্য পৰিৱৰ্তন হ'ব পাৰে। 

২. বৃষ ৰাশি - বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সন্তানৰ সুখ বাঢ়িব৷ জনপ্ৰিয়তা বাঢ়িব লগতে আপোনাৰ সন্মান বৃদ্ধিৰ যোগ দেখা যায়।  

৩. মিথুন ৰাশি - মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সফলতা লাভ কৰিব৷  মনত আনন্দ বৃদ্ধিৰ যোগ দেখা যায়।   

৪. কৰ্কট ৰাশি - কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত উত্তম ভোজন লাভ হ'ব৷ যকৰ্মত আনৰ নিন্দনীয় হ'ব পাৰে৷ প্ৰেমত সাবধান হ'ব।

৫. সিংহ ৰাশিৰ - সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ হ'ব৷ কৰ্মত সফল হ'ব লগতে আনৰ পৰা মৰম চেনেহ লাভ কৰিব পাৰে। 

৬. কন্যা ৰাশি - কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সফল হ'ব৷ মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধিৰ যোগ দেখা যায়।

৭. তুলা ৰাশি - তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত পদোন্নতি লাভ কৰিব৷  ব্যৱসায়ত উন্নতিৰ যোগ দেখা যায়। 

৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আনৰ পৰা মৰম চেনেহ লাভ কৰিব৷ লগতে আজি আয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত প্ৰিয়জনৰ সান্নিধ্য লাভ কৰিব৷  সামান্য ব্যয় বাঢ়িব পাৰে৷ কৰ্মত সজাগ নহলে আনৰ পৰা প্ৰতাৰণাৰ সন্মুখীন হ'ব পাৰে। 

১০. মকৰ ৰাশি - মকৰ ৰাশি জাতক-জাতিকাসকলৰ আজিৰ দিনটোত শৰীৰত সামান্য এলাহ ভাব বাঢ়িব পাৰে৷ আৰ্থিক দিশত সামান্য নাটনি হ'ব পাৰে৷ 

১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটোত কৰ্মত ক্ষেত্ৰত শুভ৷ সন্মান বাঢ়িব, আৰ্থিক দিশত শুভ৷ কৰ্মত সামান্য গুৰুত্ব কম হ'ব পাৰে। 

১২. মীন ৰাশি - মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত  কৰ্মত সফল হ'ব৷ কৰ্মৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব৷ চোৰৰ পৰা সাৱধান হোৱা ভাল।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক