--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আমাৰ দিনটোৰ প্ৰতিটো মুহূৰ্ততে প্ৰতিটো কাম সম্পন্ন কৰাত আঙুলিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আঙুলিৰ ভিতৰত বুঢ়া আঙুলিটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ। বুঢ়া আঙুলিৰ সহায় অবিহনে বাকী চাৰিটা আঙুলিৰে মসৃণভাৱে কাম কৰাত অসুবিধা হয়। বাকী চাৰিটা আঙুলিৰ যিকোনো এটা নাথাকিলে কাম সম্পন্ন কৰিব পাৰি যদিও বুঢ়া আঙুলি নাথাকিলে কাম সম্পন্ন কৰাটো যথেষ্ট কঠিন। সেই হিচাপে বুঢ়া আঙুলিটো অতি গুৰুত্বপূৰ্ণ।

আঙুলিৰ ব্যৱহাৰত যেনেকৈ বুঢ়া আঙুলিৰ গুৰুত্ব আছে, ঠিক তেনেদৰে হাতৰ তলুৱা আৰু জ্যোতিষ বিচাৰতো গুৰুত্ব আছে। লগ্নৰ সহায়ত যেনেকৈ এজন ব্যক্তিৰ বিষয়ে ভৱিষ্যদ্বাণী কৰিব পাৰি, ঠিক তেনেদৰে এজন ব্যক্তিৰ বুঢ়া আঙুলিটো চাই ভৱিষ্যদ্বাণী কৰিব পাৰি।

গাঁথনিগতভাৱে সাধাৰণতে ২৭ প্ৰকাৰৰ বুঢ়া আঙুলি থাকে। নখৰ টেক্সচাৰ আৰু ৰঙৰ ওপৰত বিভিন্ন ফলাফল দিয়ে। কেনেধৰণৰ বুঢ়া আঙুলিৰ পৰা কেনেধৰণৰ ফল উৎপন্ন হয়?

বুঢ়া আঙুলিটো কোমল আৰু মসৃণ ছালেৰে ঢাকিলে ই শুভ। খ্যাতি, ধন-সম্পত্তি, সুখ আৰু আৰামদায়ক জীৱন দিয়ে।

যদি শৰীৰৰ তুলনাত বুঢ়া আঙুলিৰ ৰং ক’লা হয়, তেন্তে ই সুখ আৰু সহজ-সৰল জীৱন-যাপন কৰিলেও বাতজনিত ৰোগ বা অস্তি(হাৰ)-এ সমস্যাৰ সম্ভাৱনা বৃদ্ধি কৰে।

বুঢ়া আঙুলিটো যদি বগা আৰু হালধীয়া ৰঙৰ হয়, তেন্তে ইয়াৰ অৰ্থ হ’ল কঠোৰ পৰিশ্ৰমৰ জীৱন-যাপন কৰা।
জ্যোতিষ শাস্ত্ৰমতে এইদৰে বুঢ়া আঙুলিৰ জৰিয়তে নিৰ্ধাৰণ কৰিব পাৰি এগৰাকী ব্যক্তিৰ জীৱন প্ৰক্ৰিয়া।











FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক