--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বয়স ৫০ৰ ওচৰাওচৰি, কিন্তু এই বয়সতো পুৰুষৰ হৃদয়ত ধুমুহাৰ সৃষ্টি কৰিব পাৰে মালাইকা আৰোৰাই। বলিউডৰ এগৰাকী অতীৱ সুন্দৰীৰ আইটেম ডেন্সে ছৱিপ্ৰেমীসকলক মোহিত কৰি ৰাখিছে।

প্ৰায় ৩০ বছৰ ধৰি বলিউডত দপদপাই আছে মালাইকাই। চেহাৰাত অহা নাই কোনো পৰিৱৰ্তন। বৰঞ্চ গ্লেমাৰ বাঢ়িহে গৈছে। ফিটনেছ, ফেশ্যন, ষ্টাইলৰ ক্ষেত্ৰত আজিও কুৰি বছৰীয়া তৰুণী হৈ আছে মালাইকা।

উল্লেখ্য যে আজিলৈকে কোনো ছৱিত মূল চৰিত্ৰত অভিনয় কৰা নাই মালাকাই, কেৱল নৃত্যশৈলীহে প্ৰদৰ্শন কৰি আহিছে। তৎসত্বেও তেওঁৰ পৰিশ্ৰমিক আৰু বিলাসবহুল জীৱনৰ কথা জানিলে আচৰিত হ’ব আপুনি।

২০২১ চনত মালাইকাৰ সম্পত্তিৰ পৰিমাণ আছিল ৭৫ কোটি টকা। ২০২২ চনত ইয়াৰ পৰিমাণ হয়গৈ ১০০ কোটি। কিন্তু ক’ৰ পৰা তেওঁ ইমানখিনি সম্পত্তিৰ মালিক হ’ল?

ইয়াৰ মূলতে আছে টিভিৰ ৰিয়েলিটি শ্ব’ আৰু ফেশ্বন শ্ব’সমূহ। এই শ্ব’সমূহত মালাইকাই কল্পনাতীত পৰিশ্ৰমিক লয়। এটা ফেশ্যন শ্ব’ত উপস্থিত থাকিলেই তেওঁ লাভ কৰে ২ লাখ টকা। শ্ব’ত যদি অংশগ্ৰহণ কৰে তেন্তে লাভ কৰে ৬ লাখ টকা। আনহাতে টিভিৰ ৰিয়েলিটি শ্ব’ত তেওঁ এটা এপিচ’ডত এক লাখ টকা লয়

সেইবাবেই হয়তো কোৱা হয় যে ওপৰৱালা জব দেতা হ্যেঁ দেতা চপ্পৰ ফাৰকে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক