--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যিটো সময়ত বহুতে অৱসৰৰ কথা চিন্তা কৰে সেই সময়তে অভিনেতা শ্বাহৰুখ এতিয়া নতুন ৰূপত উজলি উঠিছে। এসময়ত শ্বাহৰুখৰ ছবিৰ কেৰিয়াৰলৈ আশংকাৰ ডাৱৰ নামি আহিছিল।  ইখনৰ পিছত সিখন ছবি  ফ্লপ হৈছিল। এক কথাত  শ্বাহৰুখৰ জীৱনলৈ  ধুমুহা আহিছিল। কিন্তু সেই ধুমুহা বেছিদিন স্থায়ী হৈ নাথাকিল। দীৰ্ঘ বিৰতিৰ পিছতো বলীউডলৈ প্ৰত্যাৱৰ্তন কৰি শ্বাহৰুখ নতুন ৰূপত উজলি উঠিল।   শ্বাহৰুখ পুনৰ ফিনিক্স চৰাইৰ দৰে ঘূৰি আহিছে। 

ধুমুহাটো আকৌ আহিল । কিন্তু এইবাৰ তেওঁৰ জীৱনলৈ নহয়, শ্বাহৰুখৰ ছবিৰ বাবেই বক্স অফিচত সৃষ্টি হ’ল  চুনামি ।  'পাঠান' আৰু 'জোৱান'ৰ সাফল্যই আকৌ এবাৰ প্ৰমাণ কৰিলে যে শ্বাহৰুখ  বলীউডৰ প্ৰকৃত বাদশ্বাহ।

শ্বাহৰুখৰ বয়স এতিয়া ৫৭ বছৰ। যেতিয়া মানুহে এই বয়সত অৱসৰৰ কথা চিন্তা কৰে সেই সময়তে  শ্বাহৰুখে  ৰূপালীপৰ্দা গৰম কৰি ৰাখিছে।  কন্তু শ্বাহৰুখে  বলীউডক এনেদৰে কিমান দিন চম্ভালিব?

শেহতীয়াকৈডুবাইত অনুষ্ঠিত এক  সন্মিলনত শ্বাহৰুখে তেওঁৰ  ছবিৰ কেৰিয়াৰৰ বিষয়ে স্পষ্টকৈ মন্তব্য কৰিছে। তেওঁ কৈছে "মই অৱসৰ লোৱাৰ সময় এতিয়াও আৰম্ভ হোৱা নাই। মোৰ হাতত এতিয়াও ৩৫ বছৰ আছে। আমি কিবা ভাল কৰিব লাগিব।  মই যি কৰিম  তাৰ বাবে গোটেই পৃথিৱীয়ে মোক ভালপাব।  মই এখন ছবি  নিৰ্মাণ কৰিব বিচাৰো যিখন ছবিয়ে  মোক পৃথিৱীৰ সকলো কোণতে জনপ্ৰিয় কৰি তুলিব। "


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী