--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছত্তীশগড়ৰ ভিলাইত এটা অনুষ্ঠানত গান গাই থকা আদিত্য নাৰায়ণে সংঘটিত কৰা ঘটনাটো সকলোতে বিয়পি পৰিছে। মঞ্চত গান গাবলৈ উঠি উদিত-পুত্ৰই হঠাৎ মেজাজ হেৰুৱাই পেলায়। অনুৰাগীৰ ফোন পেলাই দিয়াৰ উপৰিও যুৱকজনক হেণ্ড মাইকেৰে আঘাত কৰে। সেই ভিডিঅ’টো ইফালে সিফালে বিয়পি পৰিল। সমালোচনা আৰম্ভ হয়। 

অৱশেষত এই ঘটনাৰ বিষয়ে মুকলিকৈ ক’লে আদিত্যই। আদিত্যই ক'লে, "এই সন্দৰ্ভত মই একো নকওঁ। মই কেৱল ঈশ্বৰৰ ওচৰত জবাবদিহি। এইখিনিয়েই ক’ম।’’

আনহাতে আয়োজকসকলে গায়কজনৰ হৈ ভাষ্য দিছে। অনুষ্ঠানটোৰ এজন আয়োজকে ক'লে, "সেই ল'ৰাটো কলেজৰ ছাত্ৰ নহয়, নিশ্চিতভাৱে কলেজৰ বাহিৰৰ কোনোবা। সি আদিত্যৰ ভৰি দুখন টানি আছিল। আদিত্যৰ ভৰিখন টানি লোৱাৰ লগতে ফোনটো লৈ ভৰিখনত কেইবাবাৰো চৰ মাৰিলে। ইয়াৰ পিছত তেওঁ মেজাজ হেৰুৱাই পেলালে।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement