--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতিদিনে পুৱা-গধূলি চাহৰ লগত নিমখীয়া বস্তু খাই আপুনি ভাল পাই নেকি? বহু মানুহে চাহৰ লগত নিমখীয়া বস্তু খাই ভাল পায়। আপুনি জানেনে এনেদৰে আপুনি নিজৰে বহুত বিপদ মাতি আছে। আচলতে যিমানেই নিমখীয়া খাব সিমানেই দেহৰ ক্ষতি হয়। কিছুমান মানুহে নমকিনৰ সোৱাদৰ বাবে সকলো পাহৰি প্ৰতিদিনে পুৱা-গধূলি খোৱাৰ অভ্যাস গঢ়ি তোলে যিটো স্বাস্থ্যৰ বাবে হানিকাৰক।

চাহৰ লগত নমকিন খালে কি অপকাৰ হ'ব পাৰে জানো আহক। পুষ্টি বিশেষজ্ঞ নিখিল ভাটছে কয় যে নিমখীয়া বস্তু স্বাস্থ্যৰ বাবে একেবাৰেই ভাল নহয়। তেওঁ কয় যে নমকিন বনোৱাৰ প্ৰক্ৰিয়াটোৱেই আটাইতকৈ ক্ষতিকাৰক। আচলতে নিমখীয়া বস্তুত ব্যৱহৃত ময়দা হৈছে Refined Carbohydrate, যিটো হজম হ’বলৈ বহু সময় লাগে আৰু লগতে শৰীৰত চৰ্বি বৃদ্ধি কৰে কাৰণ ই প্ৰত্যক্ষভাৱে ইনচুলিন ফেট গেইন হৰম’ন বৃদ্ধিৰ কাম কৰে। তেওঁ আৰু কয় যে ইয়াৰ পিছত নমকিন বনোৱাৰ প্ৰক্ৰিয়াত ৰিফাইনড ছয়া অইল বা সৰিয়হৰ তেল ব্যৱহাৰ কৰা হয় যাৰ ফলত ধমনীত তৰপ পৰিবলৈ আৰম্ভ কৰে।

এনে অৱস্থাত ইয়াৰ বাবেই আপুনি ব্লাড প্ৰেছাৰ ৰোগত আক্ৰান্ত হ’ব পাৰে। ইয়াৰ লগতে নিখিল ভাটছে কয় যে নমকিন আৰু চাহৰ পৰা sugar coatingৰ দৰে বিষাক্ত পদাৰ্থ শৰীৰত প্ৰৱেশ কৰে যাৰ ফলত মানুহৰ লিভাৰৰ ওপৰতো প্ৰভাৱ পৰিব পাৰে। সেয়েহে তেওঁ কয় যে এনেবোৰ বস্তু খালেও খুব কম পৰিমাণত খাব লাগে আৰু সদায় খোৱাৰ অভ্যাস গঢ়ি তুলিব নালাগে।




 

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ