--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
আন শাৰিৰীক ব্যায়ামৰ তুলনাত চাইকেল আটাইতকৈ উপকাৰী৷ লগতে অধিক ব্যয়বহুলো নহয়৷ একেসময়তে  চাইকেল বহনক্ষম উন্নয়নৰ ধাৰণাক সফল হোৱাত সহায় কৰিছে৷ চাইকেল পৰিৱেশ হৈতেষী৷ 

এইসমূহৰ উপৰিও চাইকেলৰ আৰু আছে বহুতো অসাধাৰণ গুণ৷ আহকচোন জানো -

অন্যান্য ক্ৰীড়াৰ তুলনাত, চাইকেল চলাবলৈ  যথেষ্ট শাৰীৰিক দক্ষতাৰ প্ৰয়োজন নাই।
ৰাতিপুৱা প্ৰথমে চাইকেল চলোৱাটোৱে আপোনাৰ  ৰক্ত সঞ্চালন বৃদ্ধি কৰি সাৰ পোৱাত সহায় কৰে আৰু আপুনি আপোনাৰ দিনটো আৰম্ভ কৰাৰ লগে লগে আপোনাক সন্তুষ্টিৰ অনুভূতি প্ৰদান কৰে।

যাতায়তৰ আহিলাৰূপে দৈনিক চাইকেলৰ ব্যৱহাৰে  দেহত  কাৰ্বন -ড্ৰাই-অক্সাইডৰ পৰিমাণ হ্ৰাস কৰে৷ 
চাইকেল চলোৱাটোৱে সামগ্ৰিকভাৱে আপোনাৰ শৰীৰৰ তলৰ অংশৰ কাৰ্যক্ষমতা উন্নত কৰে আৰু আপোনাৰ গাঁঠিৰ ওপৰত অত্যাধিক চাপ নিদিয়াকৈ আপোনাৰ ভৰি শক্তিশালী কৰে।


আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে, নিয়মীয়াকৈ চাইকেল  চলোৱাটোৱে মানসিক স্বাস্থ্যৰ স্থিতি যেনে চাপ, উদ্বেগ, আৰু হতাশা হ্ৰাস কৰাত  সহায় কৰিব পাৰে। 
আপুনি নিজকে মানসিকভাৱে স্থিৰ কৰি ৰাখিবলৈ দৈনিক এটা নিৰ্দিষ্ট সময়ত চাইকেল চলোৱাৰ অভ্যাস গঢ়ি তোলক৷ 

চাইকেল চলোৱা হৈছে ওজন বজাই ৰখা বা হ্ৰাস কৰাৰ এক কাৰ্যকৰী উপায় কিয়নো ই বিপাকীয় হাৰ বৃদ্ধি কৰে, পেশী গঢ়ে, আৰু শৰীৰৰ চৰ্বি দহন কৰে। 
চাইকেল চলোৱাটোৱে শক্তি, সহনশীলতা, আৰু কাৰ্ডিওভাস্কুলাৰ ফিটনেছ বৃদ্ধি কৰে। 
হৃদস্পন্দনৰ হাৰ বৃদ্ধি আৰু কাৰ্ডিওভাস্কুলাৰ স্বাস্থ্যৰ প্ৰচাৰৰ বাবে চাইকেল চলোৱা এক উৎকৃষ্ট উপায়।


চাইকেলৰ সৈতে বিশেষভাৱে জড়িত সকলে জানে চাইকেলৰ উপকাৰিতাৰ বিষয়ে৷ এককথাত ইমান  কম সময়তে চাইকেলৰ উপকাৰিতাবোৰ কৈ শেষ কৰিব নোৱাৰি৷ গতিকে আজিয়েই গঢ়ি তোলক চাইকেল চলোৱাৰ অভ্যাস৷ সচেতন হওঁক নিজৰে লগতে পৰিৱেশৰ প্ৰতিও৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু