--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
অতি সোনকালেই দৰ্শকৰ মাজত সম্প্ৰসাৰিত হ’ব জনপ্ৰিয় টেলিভিছন শ্ব’ বিগ বছ৷এইবাৰ পূৰ্বতকৈ অধিক আকৰ্ষণীয় হ’ব এই ৰিয়েলিটি শ্ব’৷ কাৰণ এইবাৰ বিগ বছৰ প্ৰতিযোগীসকলৰ আৱাসটো নিৰ্মাণ কৰা হৈছে চাৰ্কাছৰ আৰ্হিত৷ উমংগ কুমাৰৰ দ্বাৰা ডিজাইন কৰা ৰাজকীয় ঘৰটোত ১৩ জন প্ৰতিযোগীক ১০৫ দিনৰ বাবে আৱদ্ধ কৰি ৰখা হ'ব। 

এই আৱাসটো  সজাবলৈ উজ্জ্বল ৰং ব্যৱহাৰ কৰা হৈছে। ডিজাইনাৰসকলে ঘৰটোক চাৰ্কাছৰ ৰূপ দিছে। ডাইনিং টেবুলৰ বাবে কেৰোচেল, বাথৰুমৰ আইনা, জেলটো 'ডেথ ৱেল' হিচাপে ডিজাইন কৰা হৈছে।আনকি ঘৰটোত  বহুতো  জন্তুৰ দৰে পুতলাও   ৰখা হৈছে।

আৱাসটোত শোৱনি কোঠাৰ কাষতে পাকঘৰটো সজোৱা হৈছে৷নিৰ্মাতাসকলে শোৱনি কোঠাটো চাৰিটা ভাগত বিভক্ত কৰিছে। বিগ বছৰ কেপ্টেইনজনক এই ছিজনত বহুতো সুবিধা দিয়া হ'ব, তেওঁ এটা বিশাল কোঠাত থাকিব পাৰিব, য'ত 

 উমংগ কুমাৰে জনায় যে ঘৰটোত ৯৮ টা কেমেৰা স্থাপন কৰা হৈছে। অৱশ্যে, সংখ্যাবোৰ বঢ়াৰ সম্ভাৱনা আছে৷  ইয়াৰ বাহিৰেও মুকলি এলেকাত বহুতো পৃথক 'চিলিং জোন' আছে। এইবাৰ বিগ বছৰ ঘৰটো যথেষ্ট আকৰ্ষণীয়, ধুনীয়া আৰু ৰঙীন।
এই প্ৰতিযোগিতাত অংশ লোৱা প্ৰতিযোগী সকল হৈছে   নিম্ৰত কৌৰ আহলুৱালিয়া, সৌন্দৰ্য শৰ্মা, চুম্বুল তৌকীৰ, গৌৰী নাগোৰী, এমচি ষ্টেন, টিনা দত্ত, শ্ৰীজিতা দে, শালীন ভানোট, গৌৰৱ ভিজ, আব্দু ৰোজিক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জার্মান-মার্কিন ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ আজি
প্লেগৰ আতংক বিয়পিছে ৰাছিয়াত; মহিলা গৱেষকৰ মৃত্যুৰ পাছত ২০০ লোক কোৱাৰেণ্টাইনত
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত বাহনৰ খুন্দা, মহিলাসহ তিনিজনৰ মৃত্যু
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’