--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আপুনি যদি এই তিনিটা ৰাশিৰ কোনো এটা ৰাশিৰ অধীনত জন্ম লৈছে,  তেতিয়া ৭৩ দিন আপোনাৰ বাবে ভাল হব। জ্যোতিষতো জ্যোতিষৰ মতে আহিব লগা ৭৩ দিনত কিছুমান ৰাশিৰ চাকৰিৰ ভাগ্য ভাল হ’ব। মিথুন ৰাশিত মংগল গ্ৰহৰ প্ৰৱেশ হৈছে। যি গ্ৰহক সাহস আৰু বীৰত্বৰ প্ৰতীক বুলি বুলি গণ্য কৰা হয়। জ্যোতিষৰ তথ্য অনুসৰি মংগল গ্ৰহ মিথুন ৰাশিত ৭৩ দিন থাকিব। ফলত কিছুমান ৰাশিৰ লোকে চাকৰি আৰু ধনৰ ক্ষেত্ৰত অত্যন্ত উপকৃত হ’ব।

যোৱা ১৬ অক্টোবৰতে বৃষ ৰাশিৰ পৰা মংগল গ্ৰহ মিথুন ৰাশিত প্ৰৱেশ কৰে। ৰাশি সলনি কৰাৰ সময় আছিল পুৱা ৭:৫০ বজাত।  জ্যোতিষৰ তথ্য অনুসৰি মংগল গ্ৰহ ৭৩ দিন ৰেট্ৰ’গ্ৰেড হ’ব। যিটো জ্যোতিষত অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। এই ৭৩দিনত চাকৰি আৰু ধনৰ ক্ষেত্ৰত অত্যন্ত উপকৃত হ’ব‌ লগা ৩ ৰাশি হ'ল-

বৃষ ৰাশি- বৃষ ৰাশিৰ লোকসকলে মংগল গ্ৰহৰ ট্ৰেনজিটৰ দ্বাৰা উপকৃত হ’ব। তেওঁলোকৰ বাবে ই লাভজনক হ’ব। আৰ্থিক বিষয়ত ভাল ফল পোৱা যাব। যদি কিবা ঋণ আছে তেন্তে পৰিশোধ হ'ব। ব্যৱসায়ৰ বাবে ক’ৰবালৈ যোৱাটো লাভজনক বুলি গণ্য  হ’ব। বৃষ ৰাশিৰ লোকসকলে শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিলে লাভৱান হ’ব। দীৰ্ঘদিন ধৰি চাকৰি বিচাৰি থকা সকলে সফলতা লাভ কৰিব পাৰে। 

সিংহ ৰাশি – সিংহ ৰাশিৰ একাদশ স্থানত মংগল গ্ৰহ ৰেট্ৰ’গ্ৰেড। যিটো আয় বৃদ্ধিৰ স্থান বুলি গণ্য কৰা হয়। মংগল ৰেট্ৰ’গ্ৰেডে সিংহ ৰাশিৰ স্থানীয় লোকসকলৰ বাবে কেৰিয়াৰ আৰু ব্যৱসায়ত সফলতা কঢ়িয়াই আনিব। খৰচ কমি যাব। ব্যৱসায়ৰ ক্ষেত্ৰত এই সময়টো বৰ ভাল হ’ব। লাভ বাঢ়িব। ভৱিষ্যতেও ধন উপাৰ্জনৰ পথ প্ৰশস্ত কৰিব। আৰ্থিক অৱস্থা ভাল হ’ব।

কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ স্থানীয় লোকো  উপকৃত হ'ব। কুম্ভ ৰাশিৰ পঞ্চম স্থানত মংগল গ্ৰহ ৰেট্ৰ’গ্ৰেড। যিটো শিক্ষাৰ স্থান বুলি জনা যায়। সেই পৰিস্থিতিত প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা থাকিব। ব্যৱসায়ৰ বৃদ্ধি পাব।










FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক