--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাণক্যই নাৰীৰ বিষয়ে নানা কথা কৈ গৈছে।  চাণক্যই নাৰীৰ আহাৰ-বিহাৰৰ বিষয়ে এই শ্লোকত উল্লেখ কৰি গৈছে। দৰাচলতে বাৎসায়নৰ কামসূত্ৰৰ ৰচক আছিল চাণক্য। চাণক্যই বাৎসায়ন ছদ্ম নামেৰে কামসূত্ৰ ৰচনা কৰিছিল। 

সেইবাবেই নাৰীৰ চৰিত্ৰ ভালদৰেই বুজি পাইছিল চাণক্যই। চাণক্যৰ মতে নাৰীৰ আহাৰ পুৰুষৰ আহাৰৰ দুগুণ, বুদ্ধি পুৰুষৰ তুলনাত চাৰিগুণ, সাহস ছয়গুণ আৰু কামনা-বাসনা আঠ গুণ হয়।চাণক্যৰ মতে পুৰুষৰ তুলনাত নাৰীয়ে দুগুণ আহাৰ গ্ৰহণ কৰে। 

পুৰুষে আহাৰ গ্ৰহণৰ ক্ষেত্ৰত খৰখেদা কৰে, ফলত আহাৰৰ প্ৰকৃত সোৱাদ লাভ কৰিব নোৱাৰে। নাৰীয়ে লাহে লাহে প্ৰতিটো বস্তুৰ সোৱাদ লৈ আহাৰ গ্ৰহণ কৰে। সেইবাবে পুৰুষৰ তুলনাত নাৰীৰ আহাৰ গ্রহণ দুগুণৰ সমপৰ্যায়ৰ হয়। 

একেদৰে বুদ্ধিত পুৰুষৰ তুলনাত নাৰী চাৰিগুণ বেছি উন্নত। পুৰুষে যিকোনো কথাৰ সিদ্ধান্ত হঠাতে লৈ পেলায় যদিও নাৰীয়ে বহু ভাবি-চিন্তিহে কোনো এটা বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰে। পুৰুষতকৈ নাৰীৰ কামনা আঠগুণ বেছি বুলি চাণক্যই কৈ গৈছে।( বিঃ দ্ৰঃ এই লেখা চাণক্যৰ নীতিৰ ওপৰত আধাৰিত। ইয়াত আমাৰ নিজস্ব কোনো মত প্ৰতিফলিত হোৱা নাই)

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে