--°C
Loading...
Listen to Article
2 min read
80%
২২ মে’ ২০২৩, সোমবাৰ

মেষ : আনৰ সৈতে যোগাযোগৰ ক্ষেত্ৰত সমস্যাত পৰিব পাৰে। দিনটো ভাল–বেয়াৰ মাজেৰে পাৰ হ’ব। শিৱ আৰধনা কৰক।

বৃষ : কৰ্মক্ষেত্ৰত জটিলতা। বাহিৰা খাদ্যত মন নিদিব। সময়ৰ কাম সময়ত শেষ কৰা ভাল হ’ব।

মিথুন : দূৰত ক’ৰবালৈ যোৱাৰ ক্ষেত্ৰত এতিয়াই কাকো কথা নিদিব, কিছু অপেক্ষা কৰক। কুকুৰৰ পৰা সাৱধান।

কৰ্কট : যিকোনো ধৰণৰ গেজেটছ, বিশেষকৈ কম্পিউটাৰক লৈ সমস্যাত পৰিব পাৰে। প্ৰেমত শুভ।

সিংহ : আৰ্থিক ক্ষেত্ৰত বেয়া খবৰ পাব পাৰে, কিন্তু সেয়া সম্পূৰ্ণৰূপে সঁচা নহ’বও পাৰে। ব্যৱসায়কলৈ চিন্তা।

কন্যা : নতুন সম্পৰ্ক আৰম্ভ কৰাৰ ক্ষেত্ৰত দিনটো একেবাৰে ভাল নহয়, পদক্ষেপ নল’ব। ব্যয় ভাবি-চিন্তি কৰক।

তুলা : প্ৰিয়জনৰ দুৰ্ব্যৱহাৰ গাত লগাই ল’লে নহ’ব। মূৰ শীতল কৰি ৰাখিলে সম্পৰ্কটো মজবুত হৈ উঠিব। আয় বাঢ়িব।

বৃশ্চিক : যিমানেই প্ৰিয় বন্ধু হওক, আনৰ আবেগত জড়িত হৈ নপৰিব, নিজকে সংযত ৰাখক। চোৰৰ পৰা সাৱধান।

ধনু : নতুন সম্পৰ্ক বা কাম আৰম্ভ কৰাক লৈ চিন্তা–চৰ্চা কৰক, কিন্তু পদক্ষেপ নল’ব। খৰচ বাঢ়িব।

মকৰ : পাৰিবাৰিক জটিলতাত সময় খৰচ নকৰি সৃজনশীল কামত মন দিয়ক, মন তাতেই ভালে থাকিব। আলহী আহিব।

কুম্ভ : অতিৰিক্ত উপাৰ্জনৰ সুযোগ পাব, জপিয়াই পৰাৰ আগতে সকলো দিশ পৰীক্ষা কৰক। সন্তানক লৈ চিন্তা।

মীন : প্ৰেমত ধুমুহা আহিব, কিন্তু ব্যৱস্থা লোৱাৰ আগতে ব্যক্তিজনৰ মন পৰীক্ষা কৰা উচিত। পৰিয়ালত শুভ।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে