--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চেন্নাইৰ ৰাজপথত বিদেশৰ এজন নাগৰিকে আতংকৰ সৃষ্টি কৰিছে৷ সুৰামত্ত এজন বিদেশী নাগৰিকে সুৰাৰ নিচাত খুলিছে গাৰ কাপোৰ৷ 

আৰু বিবস্ত্ৰ হৈ ঘূৰি ফুৰিছে ৰাজপথত৷ সুৰাৰ নিচাত হিতাহিত জ্ঞান হেৰুৱাই পেলাইছে লোকজনে৷ এজন মটৰচাইকেল আৰোহীক কামুৰিবলৈ চেষ্টা কৰা এটা ভিডিঅ’ এতিয়া ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে৷ ‘এক্স’ত শ্বেয়াৰ কৰা এতিয়া ভাইৰেল হোৱা ভিডিঅ’টোত বিদেশীজনক ৰয়াপেট্টা অঞ্চলত বাইকত এজন মানুহৰ ফালে দৌৰি গৈ ডিঙিত কামুৰিবলৈ চেষ্টা কৰা দেখা গৈছে৷ 

অৱশ্যে, আৰক্ষী বিষয়াসকলে সুৰাপান কৰা লোকজনক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি বাধা দিয়ে। ভিডিঅ’টো এজন ব্যৱহাৰকাৰী প্ৰমোদ মাধৱে এক্সত শ্বেয়াৰ কৰি লিখিছে এনেদৰে, এই ঘটনাটো চেন্নাইত ঘটিছিল। খবৰ অনুসৰি এজন বিদেশী নাগৰিক নিচাগ্ৰস্ত অৱস্থাত আছে, যাত্ৰীসকলক কামুৰিবলৈ চেষ্টা কৰি দৌৰি ফুৰিছে।

অৱশ্যে স্থানীয় ৰাইজে ঘটনাস্থলীলৈ আৰক্ষীক মাতি পঠিয়ায় আৰু অভিযুক্ত ৰাছিয়ান নাগৰিকজনক অৱশেষত অৱশেষত আটক কৰা হয় বুলি এজন ব্যৱহাৰকাৰীয়ে দাবী কৰে।

আন এজন ব্যৱহাৰকাৰীয়ে কয়, যদি এজন ভাৰতীয়ই লণ্ডন বা নিউয়ৰ্কত এনে কৰিলেহেঁতেন, তেন্তে পৰ্যটক আৰু প্ৰব্ৰজনৰ কঠোৰ আইনৰ বাবে গোটেই অনুপ্ৰৱেশকাৰীক দোষাৰোপ কৰা হ'লহেঁতেন৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ