--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মছলাৰ জগতত চফৰ বিশেষ স্থান আছে। চফ খালে বহুত সতেজতা অনুভৱ হয়। চফ খালে শৰীৰৰ ওজন কমে। চফে ওজন কমোৱাৰ উপৰিও স্বাস্থ্যৰ বাবে আন বহু উপকাৰো সাধন কৰে। চফত অসংখ্য উপাদান থাকে যিয়ে শৰীৰক বহু ৰোগৰ পৰা সকাহ দিয়ে। চফ খালে কি কি উপকাৰ পোৱা যায় জানো আহক..

১) বিপাকীয় ক্ৰিয়া ব্যৱস্থা ঠিকেই থাকে।

২) প্ৰস্ৰাৱৰ সমস্যা নাইকিয়া হৈ যায়।

৩) উচ্চ ৰক্তচাপ নাইকিয়া হৈ যায়।

৪) চকুৰ দুৰ্বলতা আঁতৰ হয়।

৫) গেছ দূৰ হয়। 

৬) চফ খালে হজম শক্তি দ্ৰুত হয়।

৭) ভোক বাঢ়ি যায়।

৮) শৰীৰৰ বিষমুক্ত কৰাৰ বাবেও চফৰ পানী উপকাৰী।

এই ধৰণে চফ ব্যৱহাৰ কৰক-

যদি আপুনি ওজন কমাব বিচাৰে তেন্তে আপুনি পুৱা খালী পেটত চফৰ পানী খাব। শৰীৰৰ অন্যান্য ৰোগতো ই প্ৰভাৱিত কৰে। 

যদি আপুনি দৈনন্দিন জীৱনত চফৰ পানী খাব নোৱাৰে তেন্তে চফ চোবাই খাওক। ইয়াৰ সোৱাদ সতেজ আৰু ই ওজন কমোৱাতো সহায় কৰিব। 

চফৰ চাহ বনাই পান কৰক। এই চাহ বনাবলৈ এচামুচ চফ পানীত দিব। লগতে সোৱাদৰ বাবে কিছু গুড় দিব। এই চাহ খালে ওজন কমাত সহায় হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক