--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ বিৰুদ্ধে ইংৰাজ বলাৰক তেওঁ শাসন কৰিছিল। তেওঁৰ প্ৰভাৱৰ বাবেই শৃংখলাত ২-১ গ’লত আগবাঢ়ি আছে ভাৰত। পিতৃ ভূপেন্দ্ৰ যাদৱো পুত্ৰৰ এই সাফল্যত সুখী। তেওঁ কয় যে যশস্বী এজন খাদ্যপ্ৰেমীও। অপেনাৰজনে কেনেধৰণৰ খাদ্য খাই ভাল পায়, দেউতাকে জনালে সকলো।

এটা ৱেবছাইটত দিয়া এক সাক্ষাৎকাৰত ভূপেন্দ্ৰই কয়, “ছাগলীৰ মাংস খাই ভাল পায়। তাৰোপৰি ভাত, দালি, ৰুটি আৰু তৰকাৰী খাবলৈ ভাল পায়।” 

বিভিন্ন শ্বট খেলি ইয়াছাছৱীয়ে ইংলেণ্ডৰ বলাৰসকলক হেঁচাত পেলাইছিল। কিন্তু দেউতাকে পুতেকৰ ছুইপ শ্বট ভাল পায়। তেওঁ কয়, “তেওঁ ডাঙৰ ডাঙৰ ছুইপ শ্বট খেলে। সেই শ্বটটো সঠিকভাৱে খেলিবলৈ বহুত কষ্ট।"

ভূপেন্দ্ৰই বিচাৰে তেওঁৰ পুত্ৰই নিজৰ অভিলেখ সৃষ্টি কৰক। তেওঁ কয়, ‘মই বিচাৰো তেওঁ নিজৰ অভিলেখ গঢ়িব।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement